• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিচিচিআইয়ে সলনি কৰিলে ভাৰতীয় দলৰ এই মেচসমূহৰ স্থান, জানক টিম ইণ্ডিয়াৰ নতুন সূচী

Nation NE by Nation NE
June 9, 2025
in Top News, ক্ৰীড়া
0 0
বিচিচিআইয়ে সলনি কৰিলে  ভাৰতীয় দলৰ এই মেচসমূহৰ স্থান, জানক টিম ইণ্ডিয়াৰ নতুন সূচী
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান ইংলেণ্ডত ৫খন খেলৰ টেষ্ট শৃংখলাৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। ইফালে বিচিচিআইয়ে টিম ইণ্ডিয়াৰ ঘৰুৱা খেলৰ কিছু সময়সূচী সলনি কৰিছে।

ৱেষ্ট ইণ্ডিজ আৰু তাৰ পিছত দক্ষিণ আফ্ৰিকা অক্টোবৰ মাহত ভাৰতলৈ আহিব, এই ধাৰাবাহিকসমূহত খেলিবলগীয়া ২খন খেলৰ স্থান বিচিচিআইয়ে সলনি কৰিছে। সোমবাৰে ব’ৰ্ডে নিজৰ আনুষ্ঠানিক তথ্য প্ৰদান কৰে। ইয়াৰ উপৰিও কিছু খেলৰ স্থানো সলনি কৰা হৈছে।

ভাৰতীয় ছিনিয়ৰ পুৰুষ ক্ৰিকেট দলে ঘৰুৱা খেলপথাৰত ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট, এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব। অহা ২ অক্টোবৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হ’ব।প্ৰথম টেষ্টখন আহমেদাবাদত অনুষ্ঠিত হ’ব। দ্বিতীয়খন টেষ্টৰ স্থান সলনি কৰিছে বিচিচিআইয়ে।

অহা ১০ৰ পৰা ১৪ অক্টোবৰৰ ভিতৰত কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিচিচিআইয়ে স্থান সলনি কৰিছে। এতিয়া এই খেলখন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলৰ তাৰিখৰ কোনো সালসলনি নহয়।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ২ মেচৰ শৃংখলাৰ প্ৰথমখন টেষ্ট ১৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব, ইয়াৰ পূৰ্বে এই মেচখন দিল্লীত অনুষ্ঠিত হ’ব। এতিয়া এই খেলৰ স্থান বিচিচিআইয়ে সলনি কৰি কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামলৈ সলনি কৰিছে। ভাৰত ভ্ৰমণত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২খন টেষ্টৰ অন্তত ৩খন এদিনীয়া আৰু ৫খন খেলৰ টি-২০ শৃংখলা খেলিব।

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025