• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৪ গৰাকী কন্যাৰ সৈতে পিতৃয়ে কৰিলে এক আচৰিত কাণ্ড!

Nation NE by Nation NE
September 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
৪ গৰাকী কন্যাৰ সৈতে পিতৃয়ে কৰিলে এক আচৰিত কাণ্ড!
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ ৰংপুৰী অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড।এগৰাকী পিতৃয়ে নিজৰ ৪গৰাকী কন্যাৰ সৈতে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে বুলি শুকুৰবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।

৫০ বছৰীয়া হীৰা লালে তেওঁৰ পৰিয়ালৰ সৈতে ৰংপুৰী অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁৰ ৪জনী ছোৱালীও আছিল, ৪জনী ছোৱালীয়ে আছিল বিশেষভাৱে সক্ষম। বিশেষভাৱে সক্ষম হোৱাৰ বাবে, ছোৱালীকেইজনী ক’লৈকো যাব পৰাও নাছিল।

পত্নীৰ মৃত্যুৰ বাবে, কন্যাৰ যত্ন লোৱাৰ দায়িত্ব হীৰা লালৰ কান্ধত আছিল। স্থানীয় লোকে আৰক্ষীক হীৰা লালৰ ঘৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে অৱগত কৰিছিল। যেতিয়া পুলিচে তেওঁৰ ঘৰৰ দুৱাৰ ভাঙে, তেতিয়া সকলোৰে আচম্বিত হয়।

এই ঘটনাটো শুক্ৰবাৰে দিল্লীৰ ৰংপুৰী গাঁৱত সংঘটিত হয়, য’ত এজন ব্যক্তিয়ে নিজৰ চাৰিজনী কন্যাৰ সৈতে বিষাক্ত পদাৰ্থ সেৱন কৰি আত্মহত্যা কৰে। তথ্য পোৱাৰ পিছত, আৰক্ষীয়ে ফ্লেটটোৰ তলা ভাঙি মৃতদেহবোৰ আঁতৰাই পেলায়। ৪জনী ছোৱালীয়েই বিশেষভাৱে সক্ষম হোৱাৰ বাবে খোজ কাঢ়িব পৰা নাছিল। ডিচিপি ৰোহিত মীনাৰৰ মতে, বসন্ত কুঞ্জ দক্ষিণ আৰক্ষীয়ে মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।

৫০ বছৰীয়া হীৰা লালে তেওঁৰ পৰিয়ালৰ সৈতে ৰংপুৰী গাঁৱৰ এটা ভাড়াঘৰত বাস কৰিছিল। ইতিমধ্যে তেওঁৰ পত্নীয়ে মৃত্যুবৰণ কৰিছে। তেওঁলোকৰ কন্যা ৪জনী হৈছে- নীতু (১৮), নিশি (১৫), নীৰু (১০) আৰু নিধি (৮)। ৪ জনী ছোৱালীয়েই বিশেষভাৱে সক্ষম হোৱাৰ বাবে খোজ কাঢ়িব পৰা নাছিল।

বসন্ত কুঞ্জৰ স্পাইনেল ইনজুৰী হস্পিটেলত কাঠমিস্ত্ৰী হিচাপে কাম কৰা হীৰা লাল নিজৰ ছোৱালী কেইজনীৰ যত্নৰ বাবে দায়বদ্ধ আছিল। শুক্ৰবাৰে, হীৰা লালৰ ফ্লেটৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত, ৰাস্তাৰ সিপাৰে থকা ঘৰৰ এগৰাকী ব্যক্তিয়ে আৰক্ষীক ফোন কৰে আৰু গোন্ধৰ বিষয়ে অৱগত কৰে।

যেতিয়া বসন্ত কুঞ্জ দক্ষিণ আৰক্ষী ফ্লেটটোত উপস্থিত হয়, তেতিয়া ওচৰৰ লোকসকলে আৰক্ষীক কয় যে, পৰিয়ালটোক কেইবাদিনো দেখা পোৱা নাছিল। যেতিয়া পুলিচে ঘৰৰ মালিক আৰু স্থানীয় লোকৰ উপস্থিতিত দুৱাৰখন ভাঙে, তেতিয়া ভিতৰৰ পৰা এক ভয়ংকৰ গোন্ধ আহিবলৈ ধৰে। যেতিয়া পুলিচে কোঠাটোত প্ৰৱেশ কৰে, হীৰা লালৰ মৃতদেহটো প্ৰথম কোঠাটোৰ বিচনাত পৰি আছিল। আন এটা কোঠাত, চাৰিজনী ছোৱালীৰ মৃতদেহ বিচনাত পৰি আছিল।

আৰক্ষীয়ে কি কয়?

এফএছএল দলটোক ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিবলৈ মাতি অনা হৈছিল। সূত্ৰঅনুসৰি, পৰিয়ালটোৱে বিষ সেৱন কৰি আত্মহত্যা কৰিছিল। আৰক্ষীয়েও এই সন্দৰ্ভত প্ৰমাণ পাইছে। আৰক্ষীয়ে দিল্লীত বাস কৰা হীৰা লালৰ জ্যেষ্ঠ ভাতৃ যোগিন্দৰক এই ঘটনাটোৰ বিষয়ে অৱগত কৰে। অৱশ্যে, আৰক্ষীয়ে এতিয়ালৈকে কোনো চুইচাইড নোট পোৱা নাই।

এটা ঘৰৰ পৰা পাঁচটা মৃতদেহ পোৱাৰ পিছত, এই ঘটনাটোৱে বুৰাৰী আত্মহত্যাৰ ঘটনাৰ কথা মনত পেলাই দিয়ে। ২০১৮ চনৰ ১ জুলাইত বুৰাৰীত সংঘটিত ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল। য’ত একেটা পৰিয়ালৰ ১১ জন লোকে আত্মহত্যা কৰিছিল।

Tags: #DelhiDelhi PoliceVasant Kunj

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025