• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহিলা বিধায়কো হ’ব পাৰে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী!

Nation NE by Nation NE
February 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মহিলা বিধায়কো হ’ব পাৰে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী!
Share on FacebookShare on TwitterWhatsApp

দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু বিজেপিৰ বৃহৎ বিজয়ৰ পিছত মুখ্যমন্ত্ৰীক লৈ আলোচনা উত্তপ্ত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত দিল্লীত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে যদিও তাৰ পূৰ্বে মুখ্যমন্ত্ৰী সন্দৰ্ভত ধুমুহাৰ সৃষ্টি হৈছে।

ইফালে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিধায়কৰ মাজৰে পৰা হ’ব বুলি সূত্ৰৰ পৰা খবৰ আহিছে। মহিলা বিধায়িকাইও মুখ্যমন্ত্ৰীৰ স্থান লাভ কৰিব পাৰে দিল্লীত।

বিগত ৮ ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ লগে লগে মুখ্য কাৰ্যালয়ত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

ইয়াৰ এদিন পূৰ্বে দেওবাৰে দিল্লী সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসগৃহতো এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, সংগঠনৰ সাধাৰণ সম্পাদক বি এল সন্তোষ, দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ, নিৰ্বাচন প্ৰভাৰী বৈজয়ন্ত জয়পণ্ডেকে ধৰি দিল্লীৰ আন একাংশ নেতাও উপস্থিত থাকে।

পূৰ্বতে দিল্লীত মুখ্যমন্ত্ৰীৰ দৌৰত পাঁচজন নেতাৰ নাম চৰ্চালৈ আহিছিল। এক নম্বৰত আছে নতুন দিল্লী বিধানসভাৰ আসনত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰবেশ বাৰ্মা। দ্বিতীয় স্থানত আছে সতীশ উপাধ্যায়।

তিনি নম্বৰত আছে আশীষ ছুদ। তেওঁ কাউন্সিলাৰ হিচাপেও কাম কৰাৰ লগতে দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। চাৰি নম্বৰত আছে আৰ এছ এছৰ ঘনিষ্ঠ বুলি গণ্য কৰা জিতেন্দ্ৰ মহাজন। পাঁচ নম্বৰত আছে দিল্লী বিজেপিৰ সভাপতি বিজেন্দ্ৰ গুপ্তা।

Tags: #DelhiCMModi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025