• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ৭.৪৪ কোটি টকা জব্দ

Nation NE by Nation NE
September 23, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ৭.৪৪ কোটি টকা জব্দ

সত্যেন্দ্ৰ জৈনৰ ফাইল ছবি।

Share on FacebookShare on TwitterWhatsApp

পুনৰ বিপদত দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন। প্ৰৱৰ্তনকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে তেওঁৰ কোম্পানীসমূহৰ সৈতে জড়িত ৭.৪৪ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দিল্লী চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে সত্যেন্দ্ৰ জৈনে ২০১৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০১৭ চনৰ মে’ মাহৰ ভিতৰত আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা বুলি চিবিআইৰ এফআইআৰৰ ভিত্তিত ইডিয়ে তদন্ত আৰম্ভ কৰিছিল।

এই গোচৰত চিবিআইয়ে ইতিমধ্যে ২০১৮ চনত সত্যেন্দ্ৰ জৈন আৰু তেওঁৰ পত্নী পুনম জৈনৰ লগতে আন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।

তদন্তত প্ৰকাশ পাইছে যে ২০১৬ চনৰ নৱেম্বৰ মাহত বিমুদ্ৰাকৰণৰ লগে লগে জৈনৰ ঘনিষ্ঠ সহযোগী অংকুশ জৈন আৰু বৈভৱ জৈনে বেংকত ৭.৪৪ কোটি টকা জমা কৰিছিল। এই ধন তেওঁলোকে কেইবাটাও কোম্পানীৰ নামত দেখুৱাইছিল যদিও এই কোম্পানীবোৰ আচলতে সত্যেন্দ্ৰ জৈনৰ নিয়ন্ত্ৰণত আছিল।

ইতিমধ্যে ইডিয়ে ৪.৮১ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল। এতিয়া ৭.৪৪ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ লগে লগে জব্দ কৰা মুঠ সম্পত্তিৰ পৰিমাণ ১২.২৫ কোটি টকা হয়।

এই গোচৰত অতি সোনকালে ইডিয়ে পৰিপূৰক চাৰ্জ শ্বীট দাখিল কৰিব। বৰ্তমান এই গোচৰৰ শুনানি চলি আছে দিল্লীৰ ৰাউজ এভিনিউ আদালতত।

Tags: #AAP#DelhiEnforcement DirectorateEx MinisterSatyendra Jain

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025