• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষী আয়ুক্তলৈ নিৰ্দেশ উপ-ৰাজ্যপালৰ

Nation NE by Nation NE
January 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষী আয়ুক্তলৈ নিৰ্দেশ উপ-ৰাজ্যপালৰ
Share on FacebookShare on TwitterWhatsApp

বলীউড অভিনেতা ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বাংলাদেশী বুলি প্ৰমাণ পোৱাৰ পিছতে দেশৰ প্ৰায়বোৰ ৰাজ্য সতৰ্ক হোৱা পৰিলক্ষিত হৈছে। দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই আৰক্ষী আয়ুক্তলৈ পত্ৰ লিখি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰকাশ কৰিছে।

উপৰাজ্যপালগৰাকীয়ে কয় যে দিল্লীত সংঘটিত হৈ থকা অপৰাধৰ আঁৰতো হয়তো অবৈধ বাংলাদেশী জড়িত হ’ব পাৰে। গতিকে দিল্লী আৰক্ষীয়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি তদন্ত কৰিব লাগে।

ৰাষ্ট্ৰীয় ৰাজধানীত বসবাস কৰা বাংলাদেশী আৰু ৰোহিংগীয়া ‘অনুপ্ৰৱেশকাৰী’ক চিনাক্তকৰণৰ বাবে ‘বিশেষ অভিযান’ আৰম্ভ কৰিবলৈ দিল্লী আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছে ভি কে ছাক্সেনাই।

আয়ুক্তলৈ লিখা এখন পত্ৰত কোৱা হৈছে যে উপ-ৰাজ্যপালগৰাকীয়ে এটা “গুৰুতৰ অপৰাধমূলক কাণ্ড”ৰ কথা উল্লেখ কৰিছে, য’ত এজন বাংলাদেশী নাগৰিকে ঘৰ ভাঙি অপৰাধমূলক আক্ৰমণৰ সৈতে জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

পত্ৰখনত উল্লেখ কৰা অনুসৰি যোৱা ১৬ জানুৱাৰীত ছেইফ আলী খানক মুম্বাইৰ ফ্লেটত একাধিকবাৰ ছুৰীৰে আঘাত কৰা অভিযুক্তজনে ভুৱা পৰিচয়ৰ অধীনত বাস কৰিছিল আৰু ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল।

উপ-ৰাজ্যপালৰ প্ৰধান সচিবে লিখা পত্ৰখনত কোৱা হৈছে যে এনে অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰায়ে দোকান বা অন্যান্য বাসিন্দাসকলে শ্ৰমিক আৰু ঘৰুৱা সহায়ক হিচাপে নিয়োজিত কৰি নিৰ্ধাৰিত নূন্যতম মজুৰিতকৈ কম মজুৰিৰে নিয়োগ কৰে।

উপ-ৰাজ্যপালগৰাকীয়ে কয়, ‘আধাৰ কাৰ্ড, ভোটাৰ আই ডি কাৰ্ড, ৰেচন কাৰ্ডৰ দৰে ভুৱা নথি-পত্ৰৰ ভিত্তিত এনে অনুপ্ৰৱেশকাৰীক সংস্থাপন আৰু সংস্থাপনৰ সুবিধা প্ৰদান কৰা সংগঠিত ছিণ্ডিকেট আৰু ন্যস্ত স্বাৰ্থজড়িত গোট আছে বুলিও পৰ্যবেক্ষণ কৰা হৈছে। অবৈধ বাংলাদেশী আৰু ৰোহিংগীয়া প্ৰব্ৰজনকাৰীক অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত কৰাটো নুই কৰিব নোৱাৰি, আৰু মিছন মোডত এনে ‘অনুপ্ৰৱেশকাৰী’ক চিনাক্ত কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিব লাগে।’

Tags: #DelhiIllegal BangladeshiLieutenant GovernorPolice Commissioner

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025