• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তিৰুপতি মন্দিৰত অচিনাক্ত ভক্তই আগবঢ়ালে ১২১ কেজি সোণ, মূল্য ১৪০ কোটি

Nation NE by Nation NE
August 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তিৰুপতি মন্দিৰত অচিনাক্ত ভক্তই আগবঢ়ালে ১২১ কেজি সোণ, মূল্য ১৪০ কোটি
Share on FacebookShare on TwitterWhatsApp

তিৰুমালা তিৰুপতি মন্দিৰলৈ ১৪০ কোটি টকাৰ ১২১ কেজি সোণ দান কৰিছে এগৰাকী ভক্তই। তিৰুপতি মন্দিৰ পৰিদৰ্শন কৰা ভক্তসকলে নিজৰ সামৰ্থ্য অনুযায়ী ধন আগবঢ়ায়। আম্বানীৰ দৰে বৃহৎ ব্যৱসায়ীয়েও সোণ আৰু হীৰাৰ গহনা দান কৰিছে এই মন্দিৰত।

এনে পৰিস্থিতিত সকলোকে আচৰিত কৰি এই মন্দিৰত এগৰাকী ভক্তই ১২১ কেজি সোণ দান কৰিছে, যাৰ মূল্য ১৪০ কোটি টকা বুলি কোৱা হয়। একে সময়তে এই তথ্য অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ জিলাৰ মংগলাগিৰিত দৰিদ্ৰতা নিৰ্মূল প্ৰকল্পৰ সৈতে জড়িত এক কাৰ্যসূচীৰ আয়োজন কৰা হয়, য’ত মুখ্যমন্ত্ৰী নাইডুৱেও অংশগ্ৰহণ কৰে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। তেওঁ কয় যে, এগৰাকী ভক্তই তিৰুপতিত নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰাৰ্থনা কৰিছিল। তাৰপিছত তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু তাত সফলতা লাভ কৰিছিল। লগতে তেওঁৰ কোম্পানীৰ শ্বেয়াৰ বিক্ৰী কৰি ৬,০০০ৰ পৰা ৭,০০০ কোটি টকা লাভ কৰে। যাৰ বাবে ভগবানৰ ওচৰত ধন্যবাদস্বৰূপে ১২১ কেজি সোণ আগবঢ়ায়।

Tags: DevoteeGoldTempleTirupati

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025