• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 25, 2026
29 °c
Guwahati
25 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

Nation NE by Nation NE
July 8, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে তামিলনাডুৰ কুড্ডালোৰ জিলাৰ চেম্মনগুপ্পনত এখন শিক্ষাৰ্থী কঢ়িওৱা বাহনে চলন্ত ৰে’লত খুন্দিওৱাৰ ফলত তিনিগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হয়। এই মৰ্মান্তিক ঘটনাৰ বাবে দক্ষিণ ৰে’লৱেই ক্ষমা বিচাৰি ৰে’ল গেটত কৰ্তব্যৰত গেটকিপাৰক নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰো হৈছে।

এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছতে এতিয়া ডি এম কেৰ মুখপাত্ৰ টি কে এছ এলাংগোভানে এই দুৰ্ঘটনাৰ সৈতে ভাষাক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে।

ডি এম কেৰ মুখপাত্ৰ টি কে এছ এলাংগোভানে কয়, ‘এই ঠাইত ইয়াৰ পূৰ্বেও এটা দুৰ্ঘটনা সংঘটিত হৈছে। ৰে’লৱেৰ বিষয়াসকলে নিজেই কৈছে যে কৰ্তব্যত থকা কৰ্মচাৰীজনে তামিল ভাষা জনা নাছিল বাবেই এনে হৈছে। তেওঁক দিয়া আদেশ তেওঁ বুজিব পৰা নাছিল। এতিয়া যি দুৰ্ঘটনা সংঘটিত হৈছে, সেই দুৰ্ঘটনাতো একেই। এনে গুৰুত্বপূৰ্ণ পদত স্থানীয় ভাষা জনা লোকক নিযুক্তি দিয়াটো সদায় ভাল আৰু ই সহায়ক হয়। ইয়াৰ দ্বাৰা অন্ততঃ জীৱন ৰক্ষা পৰে।’

ইফালে ৰে’লৱেৰ তৰফৰ পৰা কোৱা হয় যে পুৱা প্ৰায় ৭:৪৫ বজাত ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা স্কুল ভ্যানখনে কুড্ডালোৰ আৰু আলাপ্পাক্কামৰ মাজৰ ১৭০ নম্বৰ ৰেলৱে ক্ৰছিং গেট পাৰ হ’বলৈ চেষ্টা কৰে। ইয়াৰ সময়তে ৫৬৮১৩ নং ভিল্লুপুৰম-মাইলাদুথুৰাই যাত্ৰীবাহী ৰে’লৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ হয়।

নিউজ এজেন্সি পিটিআইৰ প্ৰতিবেদন অনুসৰি, ভ্যান চালকজনে বিদ্যালয় পোৱাত পলম নহ’বলৈ গেট পাৰ হোৱাৰ অনুমতি বিচাৰিছিল আৰু গেটকিপাৰে নিয়ম আৰু প্ৰট’কল উলংঘা কৰি গেট পাৰ হ’বলৈ অনুমতি দিছিল। গেটকিপাৰে নিয়ম অনুসৰি গেট খুলিব নালাগিছিল। আৰু সেইবাবেই এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

Tags: DMKTamil Languagetrain Accident

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026

শীৰ্ষ সংবাদ

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025