• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 25, 2026
30 °c
Guwahati
26 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহিলা চিকিৎসকক সম্মোহন কৰিলে সাধুৰ বেশত অহা প্ৰৱঞ্চকে, কৰিলে এই কাণ্ড…

Nation NE by Nation NE
September 30, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মহিলা চিকিৎসকক সম্মোহন কৰিলে সাধুৰ বেশত অহা প্ৰৱঞ্চকে, কৰিলে এই কাণ্ড…
Share on FacebookShare on TwitterWhatsApp

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত এগৰাকী মহিলা চিকিৎসকৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ এক অনন্য গোচৰ পোহৰলৈ আহিছে। সাধুৰ বেশত দুজন অচিনাক্ত লোক তেওঁৰ ক্লিনিকত প্ৰৱেশ কৰে। তাৰপিছত তেওঁক সম্মোহিত কৰি ধন দাবী কৰি পলাই যায়। ইতিমধ্যে চিকিৎসগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

ৰায়পুৰৰ শংকৰ নগৰৰ সুধা সুৰজ ফাৰ্টিলিটি কেয়াৰ ক্লিনিকত সংঘটিত হয় এই ঘটনা। চিকিৎসগৰাকীয়ে জনাই যে ২৬ ছেপ্টেম্বৰৰ বিয়লি প্ৰায় ৩ বজাত তেওঁৰ এজন কৰ্মচাৰীৰ সৈতে বহি আছিল। সেই সময়তে সাধুৰ বেশত দুজন অচিনাক্ত লোকে খিৰিকীৰে ক্লিনিকত প্ৰৱেশ কৰে। চিকিৎসালয়ৰ ষ্টাফে তেওঁলোকক টকাৰ প্ৰস্তাৱ দিলে, কিন্তু অচিনাক্ত লোককেইজনে দাবী কৰে যে তেওঁলোকে কোনো ধৰণৰ টকা নিবিচাৰে।

তাৰ পিছত দুয়ো পোনে পোনে ডাক্তৰৰ কেবিনলৈ আগবাঢ়ে। ৰিচেপচনিষ্টে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে পোনে পোনে ডাক্তৰৰ ওচৰলৈ গ’ল। ইয়াৰ পিছতে অভিযুক্তই চিকিৎসাৰ প্ৰস্তাৱ দিয়াৰ অজুহাতত চিকিৎসকৰ সৈতে কথা-বতৰা আৰম্ভ কৰে। এই সময়ছোৱাত চিকিৎসকৰ পৰা ব্যক্তিগত তথ্যও আহৰণ কৰিবলৈ ধৰে। কথা-বতৰাৰ সময়ত তেওঁলোকে মহিলা ডাক্তৰগৰাকীক সম্মোহন কৰে।

অভিযুক্তৰ নিৰ্দেশ মতে কৰি থাকে চিকিৎসগৰাকীয়ে। ইয়াৰ সুযোগ লৈ অভিযুক্ত দুজনে চিকিৎসকজনক প্ৰতাৰণা কৰি ইউ পি আইৰ জৰিয়তে ৯ হাজাৰ টকা নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰে। এই লেনদেন পৰমজিৎ কৌৰ নামৰ এগৰাকী মহিলাৰ বেংক একাউণ্টৰ পৰা কৰা হৈছিল। ইয়াৰ পিছতে অভিযুক্তই পলায়ন কৰে।

এই সমগ্ৰ ঘটনাটো চিচিটিভিত ৰেকৰ্ড হয়। পিছদিনা চিচিটিভিৰ ফুটেজ দেখিহে গম পায় যে তেওঁক প্ৰতাৰণা কৰা হৈছে। লগে লগে তেওঁ এই বিষয়টো আৰক্ষীক খবৰ দিয়ে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025