• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

Nation NE by Nation NE
September 7, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Share on FacebookShare on TwitterWhatsApp

‘মেক আমেৰিকা গ্ৰেট এগেইন’ শ্লোগানেৰে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ দখল কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত অত্যধিকক শুল্ক আৰোপ কৰি আমেৰিকাৰ বাণিজ্যিক ঘাটি হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰিছে।

শুল্ক যুদ্ধক লৈ বিভিন্ন দেশৰ সৈতে আমেৰিকাৰ সম্পৰ্ক বেয়াৰ ফালে ঢাল খোৱাৰ সময়তে এইবাৰ ইউৰোপৰ ওপৰত ক্ষোভ উজাৰিছে ড’নাল্ড ট্ৰাম্পে।

ইউৰোপে গুগলৰ ওপৰত ২.৯ বিলিয়ন ডলাৰ (প্ৰায় ২৯ হাজাৰ কোটি টকা) জৰিমনা বিহা কাৰ্যত ক্ষুণ্ণ হৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথৰ জৰিয়তে কয়, ‘গুগলৰ ওপৰত ইউৰোপে ৩.৫ বিলিয়ন ডলাৰ জৰিমনা বিহিছে। এইটো আমেৰিকাৰ কোম্পানী আৰু বিনিয়োগৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱস্থা। ইউৰোপে বিগত সময়তো গুগল আৰু অন্যান্য আমেৰিকান টেক কোম্পানীসমূহৰ ওপৰতো গধুৰ জৰিমনা বিহি আহিছে, এইটো আমেৰিকাৰ কৰদাতাৰ প্ৰতি অন্যায়।’

ট্ৰাম্পে লগতে সকীয়নি দিয়ে যে যদি ইউৰোপে এনে কাৰ্য বন্ধ নকৰে তেন্তে তেওঁৰ চৰকাৰে ৩০১ নং ধাৰাত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু অন্যায় জৰিমনা বিহাৰ প্ৰত্যাহ্বান জনোৱা হ’ব।

ট্ৰাম্পৰ কঠোৰ সকীয়নিৰ বিপৰীতে ইউৰোপীয় আয়োগে গুগলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ডিজিটেল বিজ্ঞাপন প্ৰযুক্তিৰ অপব্যৱহাৰৰ বাবে ইউৰোপীয় আয়োগে গুগলৰ ওপৰত এই জৰিমনা বিহিছে।

Tags: Donald trumpEUROPEgoogle

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025