• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভূমিকম্পত আক্ৰান্ত ম্যানমাৰলৈ ভাৰতৰ নতুন সাহায্য সামগ্ৰী প্ৰেৰণ

Nation NE by Nation NE
April 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ম্যানমাৰত ভূমিকম্পৰ ধ্বংসলীলা; প্ৰাণ গ’ল ১৪৪ নাগৰিকৰ, ৭০০ৰো অধিক আহত
Share on FacebookShare on TwitterWhatsApp

ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেচন ব্ৰহ্ম’ ।ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পৰ ফলত হোৱা বিধ্বংসী ক্ষীপ্ৰ সঁহাৰিৰ বাবে শুকুৰবাৰে ‘অপাৰেচন ব্ৰহ্ম’ নামৰ সাহায্য অভিযান আৰম্ভ কৰে।

শনিবাৰে ভাৰতে ৫খন সামৰিক বিমানেৰে সাহায্য সামগ্ৰী, উদ্ধাৰকাৰী দল আৰু চিকিৎসা সা-সঁজুলি ম্যানমাৰলৈ প্ৰেৰণ কৰি ভূমিকম্পত আক্ৰান্তসকলক সহায় কৰে।

ইফালে ম্যানমাৰত সংঘটিত হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ সোমবাৰে ভাৰতে ৫০ টন সাহায্য সামগ্ৰীৰ প্ৰেৰণ কৰে। এই ভূমিকম্পৰ ফলত ম্যানমাৰত ২ হাজাৰতকৈও অধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহত হয় ৩৯০০ লোক।

ভাৰতীয় নৌসেনাৰ দুখন জাহাজ – আই এন এছ সাতপুৰা আৰু আই এন এছ সাবিত্ৰীয়ে ম্যানমাৰৰ ইয়াংগন চহৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। ভাৰতীয় নৌসেনাৰ আৰু তিনিখন জাহাজ – আই এন এছ কাৰ্মুখ, আই এন এছ ঘৰিয়াল আৰু এল চি ইউ-৫২ য়ে ৫০০ টনতকৈও অধিক অতিৰিক্ত সাহায্য সামগ্ৰী কঢ়িয়াই ইয়াংগনলৈ ৰাওনা হৈছে বুলি বিষয়াসকলে জনায়।

ম্যানমাৰত থকা ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি মঙলবাৰে ভাৰতীয় বায়ুসেনাৰ আন এখন চি-১৩০ বিমান ১৫ টনতকৈ অধিক সাহায্য সামগ্ৰী কঢ়িয়াই মণ্ডলেত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

এই ভয়াৱহ ভূমিকম্পৰ পিছত সোমবাৰে প্ৰাণহানি হোৱা লোকৰ সংখ্যা ২০৫৬ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰায় ৩৯০০ লোক আহত হোৱাৰ লগতে ২৭০ জন নিৰুদ্দেশ হোৱা বুলিও জানিব পৰা গৈছে।

ম্যানমাৰৰ বতৰ বিজ্ঞান আৰু জলবিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এতিয়ালৈকে ৩৬টা আফটাৰশ্বক ৰেকৰ্ড কৰা হৈছে, যাৰ মাত্ৰা ২.৮ৰ পৰা ৭.৫ৰ ভিতৰত আছে। শুকুৰবাৰে ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কেইমিনিটমান পিছতে ৬.৪ প্ৰাবল্যৰ আফটাৰশ্বকও সংঘটিত হয়, যাৰ ফলত দেশৰ বহু ঠাইত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হয়।

Tags: earthquakesIndiaMyanmar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025