• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পবিত্ৰ ঈদ-উল-ফিটৰ পালনৰ তাৎপৰ্য জানো আহক…

Nation NE by Nation NE
March 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পবিত্ৰ ঈদ-উল-ফিটৰ পালনৰ তাৎপৰ্য জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ঈদ হ’ল ইছলাম ধর্মাৱলম্বী সকলৰ এক ধৰ্মীয় উৎসৱ।এই উৎসৱ বিশ্বব্যাপী। ইয়াৰ গুৰুত্বও অপৰিসীম, ব্যাপক আৰু গভীৰ।

ঈদ এটা আৰৱীক শব্দ, যাৰ অভিধানিক অর্থ হ’ল উৎসৱ বা আনন্দ।  এই দিনটোত সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত বছৰটো যেন ভালদৰে পাৰ হয়, তাৰ বাবে সকলোৱে দোৱা কৰে।

ৰমজান মাহৰ এমাহ ব্যাপী কঠোৰ ৰোজাব্ৰত বা উপবাসৰ অন্তত পালন কৰা হয় ঈদ-উল-ফিটৰ।এই ৰমজান মাহত সকলো ইছলামধৰ্মী লোকসকলে ধৈৰ্য্য আৰু সহনশীলতাৰ পৰীক্ষাৰ উদ্দেশ্যে সম্পূৰ্ণ ৩০ দিন বা ৩১ দিনৰ ৰোজা পালন কৰে। এই ধৰ্মীয় প্ৰথা নতুন নহয়। ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাপক হজৰত মহম্মদৰো পূৰ্বৰ হজৰত আদমৰ দিনৰ পৰাই অব্যাহত আছে।

নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি, আদমে প্ৰতি মাহে ৩ দিন অৰ্থাৎ বছৰত ৩৩ দিন ৰোজা ৰাখিছিল।

এই ৰোজা বা ব্ৰতে আধ্যাত্মিক অভিব্যক্তি দৃঢ় কৰাই নহয়, ই সকলোকে সংযমীও কৰি ৰাখে।ঈদৰ এই পবিত্ৰ দিনটোত নিজৰ সামৰ্থ্য অনুসৰি দুখীয়াসকলক এক নিৰ্দিষ্ট পৰিমাণৰ পুঁজি দান কৰে। যাক ফিতৰা বুলি কোৱা হয়।লক্ষণীয় যে, ঈদৰ নামাজৰ পূৰ্বে ফিতৰা বা জাকাত আদায় দিয়াটো এক জৰুৰী ফৰজ বুলি কোৱা হয়।

ৰমজান মাহক বিশেষ সামাজিক সেৱাৰ মাহ বুলি কলেও বঢ়াই কোৱা নহয়।

আকৌ ৰমজান মাহৰ এক বিজ্ঞানসন্মত বৈশিষ্ট্যও আছে। সম্পূৰ্ণ এমাহ ধৰি পালন কৰা এই উপবাসে ব্যক্তি এজনৰ শাৰীৰিক সুস্থতা বৃদ্ধি পোৱাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ, চৰ্বি নিয়ন্ত্ৰণ, মধুমেহ নিয়ন্ত্ৰণ, পাচনতন্ত্ৰ নিয়ন্ত্ৰণ, হাড় শক্তিশালী কৰা, পেশী শক্তিশালী কৰা, মগজুৰ কাৰ্য্যকলাপ বৃদ্ধি কৰা- এই সকলোবোৰতে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।

এই পবিত্ৰ উসৱে মানুহৰ মনৰ পৰা হিংসা-দ্বেষ, ঘৃণা, লোভ, অস্থিৰতা,অৰাজকতা নাইকীয়া কৰি বিশ্ববাসীলৈ ভ্ৰাতৃত্ববোধৰ বাৰ্তা বিয়পায। লগতে সকলোৰে জীৱনলৈ শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ এক কালজয়ী ভূমিকা পালন কৰে।

Tags: #EidIslammuslim

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025