• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইথানল মিশ্ৰিত পেট্ৰ’ল ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে বাহনৰ গৰাকী, উচ্চ ন্যায়ালত শুনানি…

Nation NE by Nation NE
August 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ইথানল মিশ্ৰিত পেট্ৰ’ল ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে বাহনৰ গৰাকী, উচ্চ ন্যায়ালত শুনানি…
Share on FacebookShare on TwitterWhatsApp

পেট্ৰলত ইথানল মিহলোৱাৰ বিষয়টো এতিয়া আদালততো উপনীত হৈছে। সমগ্ৰ দেশতে ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল (ইবিপি-২০) ৰূপায়ণক প্ৰত্যাহ্বান জনাই সোমবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব।

আবেদনখনত অভিযোগ কৰা হৈছে যে লাখ লাখ বাহনৰ মালিকে কয় যে, তেওঁলোকক যি ইন্ধন ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে, সেয়া তেওঁলোকৰ বাহনৰ বাবে উপযোগী নহয়। এই পিআইএলটো ১ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই শুনানি প্ৰদান কৰিব।

অধিবক্তা অক্ষয় মালহোত্ৰাই দাখিল কৰা আবেদনত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ক সকলো পেট্ৰ’ল পাম্পতে ইথানলমুক্ত পেট্ৰ’ল উপলব্ধ কৰিবলৈ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে। লগতে কৈছে যে, সকলো পেট্ৰ’ল পাম্প আৰু বিতৰণ ইউনিটত ইথানলৰ পৰিমাণ দেখুওৱা লেবেল বাধ্যতামূলকভাৱে লগোৱাৰ বাবে অনুৰোধ কৰা হৈছে যাতে গ্ৰাহকে স্পষ্টভাৱে জানিব পাৰে। লগতে ইন্ধন ভৰোৱাৰ সময়ত গ্ৰাহকক তেওঁলোকৰ বাহনৰ ইথানলৰ সামঞ্জস্যতাৰ বিষয়ে অৱগত কৰাটো নিশ্চিত কৰিব লাগে।

Tags: ethanolHigh Courtpetro

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025