• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শৰীৰৰ ওজন কমাওঁতে ভুলটো নকৰিব এই কাম, জানক সবিশেষ…

Nation NE by Nation NE
January 22, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
শৰীৰৰ ওজন কমাওঁতে ভুলটো নকৰিব এই কাম, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

পেট আৰু কঁকালৰ চাৰিওফালে থকা চৰ্বিয়ে মানুহৰ বাহ্যিক সৌন্দৰ্য্তা নষ্ট কৰিব পাৰে। মেদবহুলতাই বহুতো ভয়াৱহ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। আমি শৰীৰৰ ওজন কমাবলৈ আমি কঠোৰ খাদ্যাভ্যাস আৰু গধুৰ ব্যায়ামৰ আশ্ৰয় ল’বলগীয়া হয়, কিন্তু প্ৰায়ে আমি চিন্তা নকৰাকৈ আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈয়ে ওজন কমাব পৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁ।

শৰীৰৰ ওজন কমাওঁতে ভুলটো এই কাম কৰিব নালাগে-

  • কাৰ্বহাইড্ৰেটসমৃদ্ধ খাদ্য বৰ্জন

আমি কাৰ্বহাইড্ৰেটক খলনায়ক হিচাপে লওঁ আৰু ভাবো যে এই পুষ্টিকৰ পদাৰ্থ এৰাই চলিলে ওজন সোনকালে কমি যাব। সেয়েহে আমি ঘৰতে ৰন্ধা ভাত, ইডলী, উপমা, প’হা আদি খাদ্য খোৱাৰ পৰা বিৰত থাকো। এনে প্ৰচেষ্টা অনতিপলমে বন্ধ কৰিব লাগে। যদি আমি খোৱা খাদ্যৰ পৰা কাৰ্বহাইড্ৰেট সম্পূৰ্ণৰূপে আঁতৰাও, তেন্তে গোটেই দিনটো কাম কৰিবলৈ শক্তি নাথাকিব, যাৰ ফলত শৰীৰলৈ ভাগৰ আৰু অলসতা আহিব।

  • বিন্জ ইটিং ডিছঅৰ্ডাৰ

বহুতে নিজৰ শৰীৰ আৰু সৌন্দৰ্য্যৰ বিষয়ে ইতিবাচক চিন্তা নকৰে। ওজন কমাবলৈ দীৰ্ঘদিন ধৰি নিজকে অনাহাৰে থাকে, আৰু তাৰ পিছত, এটা সময়ত তীব্ৰ ভোক অনুভৱ কৰে আৰু অত্যধিক খাদ্য খাবলৈ আৰম্ভ কৰে। এইটো অস্বাস্থ্যকৰ।

  • অকাৰ্যকৰী ব্যায়াম

ওজন কমাবলৈ যে বহুত ব্যায়ামৰ প্ৰয়োজন হয় তাত কোনো সন্দেহ নাই, কিন্তু এৰাব নোৱাৰাকৈ ৱৰ্কআউট কৰিলে কোনো ফলাফল পোৱা নাযায়। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰি পৰ্যাপ্ত টোপনি ল’লেহে ব্যায়াম উপকাৰী হ’ব।

যদি আপুনি ওজন কমিছে, তেন্তে উত্তম ফলাফলৰ বাবে ডায়েটিং কৰাৰ পৰিৱৰ্তে পৰ্যাপ্ত পৰিমাণে স্বাস্থ্যসন্মত, ঘৰতে ৰন্ধা খাদ্যগ্ৰহণ কৰিব লাগে। শৰীৰৰ যিমান প্ৰয়োজন সিমান ব্যায়াম কৰিব লাগে। ইতিবাচক মানসিকতাও অতি প্ৰয়োজনীয়।

Tags: EXCERCISEHealthHealthy life

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025