• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুৰাৰ বটল এবাৰ খোলাৰ পিছত কিমান দিনলৈ থাকে ম্যাদ?

Nation NE by Nation NE
August 18, 2024
in Top News
0 0
সুৰাৰ বটল এবাৰ খোলাৰ পিছত কিমান দিনলৈ থাকে ম্যাদ?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পৃথিৱীত সুৰাপান কৰা লোকৰ সংখ্যা যথেষ্ট বেছি। কিন্তু বহু কম সংখ্যক লোকেহে জানে যে সময়ৰ লগে লগে যে এই সুৰা নষ্ট হৈ যায়। কোৱা হয় যে সুৰা যিমানেই পুৰণি হয়, সিমানেই ভাল। কিন্তু সময়ৰ লগে লগে বহুতো সুৰাৰ স্বাদ নোহোৱা হৈ যায়।

সময়ৰ লগে লগে কোনবোৰ সুৰা নষ্ট হৈ যায় জানো আহক সবিশেষ-

বিয়েৰ

কোৱা হয় যে, সুৰাৰ ভিতৰত, বিয়েৰৰ ম্যাদ সোনকালে উকলি যায়। সাধাৰণতে ৬মাহত এই বিয়েৰৰ ম্যাদ উকলি যায়। সেয়েহে বিয়েৰৰ কেন এবাৰ খোলাৰ পিছত এক বা দুই দিনৰ ভিতৰত ইয়াক শেষ কৰি দিয়াটো জৰুৰী। কিয়নো এবাৰ এই বিয়েৰ যদি খোলা হয়, ই বতাহত থকা অক্সিজেনৰ সংস্পৰ্শলৈ আহে। যাৰ বাবে ইয়াৰ সোৱাদ নষ্ট হৈ যায়। বিয়েৰৰ সোৱাদ যাতে নষ্ট হৈ নাযায়, তাৰ বাবে ইয়াক ঠাণ্ডা ঠাইত ৰাখিব লাগে।

হুইস্কি

হুইস্কি হৈছে এক শক্তিশালী পানীয়। কিন্তু এই হুইস্কিৰ বটল খোলাৰ পিছতেই ই অক্সিকৰণ হৈ যায়, যাৰ বাবে ইয়াৰ সোৱাদ সলনি হৈ যায়। হুইস্কিৰ সোৱাদ সলনি হোৱা তথা নষ্ট হৈ যোৱাটো বাহ্যিক তাপমান আৰু ইয়াৰ ওপৰত পৰা পোহৰৰ ৰশ্মিৰ ওপৰত নিৰ্ভৰ কৰে। হুইস্কিৰ সোৱাদ নষ্ট নোহোৱাকৈ ৰাখিবৰ বাবে ইয়াক আন্ধাৰ তথা ঠাণ্ডা ঠাইত ৰাখিব লাগে।

ৰাম

সাধাৰণতে ৰামৰ ম্যাদ দীঘলীয়া হয়। কিন্তু বটল খোলাৰ পিছতে বেছিদিন ইয়াক মুকলিকৈ ৰাখিলে ইয়াৰ সোৱাদত পৰিবৰ্তন আহে। এবাৰ বটলৰ ঢাকনি খোলাৰ পিছত ইয়াৰ অক্সিকৰণ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ হৈ যায়। ৰামৰ সোৱাদ ভালে ৰাখিবলৈ ইয়াক সৰু বটলত ভৰাই ছীল কৰি ৰাখিব পাৰে, যাতে ইয়াৰ গোন্ধ আৰু সোৱাদ ৬ মাহলৈ সংগৃহিত হৈ থাকে।

ৱাইন

ৱাইনৰো এটা সীমিত আত্মজীৱন থাকে। অক্সিকৰণে ইয়াৰ সোৱাদ অতি সোনকালে সলনি কৰিব পাৰে। ইয়ে এচিটিক এচিডৰ পৰিমাণ বঢ়াই দিয়ে।যাৰ বাবে ইয়াৰ সোৱাদ নষ্ট হৈ যায়। সাধাৰণতে ৱাইনৰ বটল খোলাৰ পিছত ৩ৰ পৰা ৫ দিনলৈ ই খোৱাৰ উপযোগী হৈ থাকে।

Tags: AlcoholBeerWhiskeyWine

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025