• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

Nation NE by Nation NE
July 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিহাৰৰ গয়াজীত হোম গাৰ্ডৰ নিযুক্তি পৰীক্ষাৰ বাবে অহা এগৰাকী মহিলা প্ৰাৰ্থীক ধৰ্ষণ কৰাৰ এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, বোধগয়াৰ বিএমপি-৩ৰ খেলপথাৰত মহিলা হোম গাৰ্ড নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা চলি থকাৰ সময়তে মহিলা প্ৰাৰ্থীগৰাকী হঠাতে অজ্ঞান হৈ মাটিত পৰি যায়। লগে লগে তাত উপস্থিত থকা বিভাগীয় লোকসকলে এম্বুলেন্সৰ সহায়ত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

হাস্পতাললৈ লৈ যোৱাৰ সময়তে অচেতন অৱস্থাত থকা মহিলা প্ৰাৰ্থীগৰাকীৰ সৈতে এম্বুলেন্স চালক আৰু বাহনখনৰ টেকনিচিয়ানে কু-কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হয়। মহিলাগৰাকীয়ে ঘটনাৰ বিষয়ে চিকিৎসক আৰু আৰক্ষীক জনোৱাত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা দুয়োজন অভিযুক্তকে মাৰাথন জেৰা চলাই আছে। লগতে ভুক্তভোগীৰ চিকিৎসা পৰীক্ষাও কৰা হৈছে। মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে পৰিস্থিতি অধিক স্পষ্ট হৈ পৰিব।

ইয়াৰ লগতে আৰক্ষীয়ে এই বিষয়টো অতি গুৰুতৰ বুলি অভিহিত কৰি তদন্তত কোনো ধৰণৰ গাফিলতি নহ’ব বুলিও স্পষ্ট কৰি দিয়ে। এই ঘটনাৰ লগত আন কোনো ব্যক্তি জড়িত আছিল নে নাই সেয়াও নিশ্চিত কৰা হৈছে।

উল্লেখ্য, হোম গাৰ্ড নিযুক্তিৰ পৰীক্ষাৰ বাবে অহা মহিলা প্ৰাৰ্থীগৰাকী গয়াজী জিলাৰ ইমামগঞ্জ থানা এলেকাৰ বাসিন্দা বুলি কোৱা হৈছে। এম্বুলেন্স চালক বিনয় কুমাৰ আৰু টেকনিচিয়ান অজিত কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাস্থলীৰ পৰা চিচিটিভিৰ ফুটেজকে ধৰি বহু প্ৰমাণ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। বিষয়টো পোহৰলৈ অহাৰ পিছতে নিৰাপত্তাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আন মহিলা প্ৰাৰ্থীয়ে।

Tags: BiharHome GuardRape

Related Posts

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

শীৰ্ষ সংবাদ

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025