• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

Nation NE by Nation NE
July 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
হোম গাৰ্ড নিযুক্তি পৰীক্ষা দিবলৈ অহা যুৱতীক এম্বুলেন্সৰ ভিতৰত ধৰ্ষণ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিহাৰৰ গয়াজীত হোম গাৰ্ডৰ নিযুক্তি পৰীক্ষাৰ বাবে অহা এগৰাকী মহিলা প্ৰাৰ্থীক ধৰ্ষণ কৰাৰ এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, বোধগয়াৰ বিএমপি-৩ৰ খেলপথাৰত মহিলা হোম গাৰ্ড নিযুক্তিৰ বাবে শাৰিৰীক পৰীক্ষা চলি থকাৰ সময়তে মহিলা প্ৰাৰ্থীগৰাকী হঠাতে অজ্ঞান হৈ মাটিত পৰি যায়। লগে লগে তাত উপস্থিত থকা বিভাগীয় লোকসকলে এম্বুলেন্সৰ সহায়ত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

হাস্পতাললৈ লৈ যোৱাৰ সময়তে অচেতন অৱস্থাত থকা মহিলা প্ৰাৰ্থীগৰাকীৰ সৈতে এম্বুলেন্স চালক আৰু বাহনখনৰ টেকনিচিয়ানে কু-কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হয়। মহিলাগৰাকীয়ে ঘটনাৰ বিষয়ে চিকিৎসক আৰু আৰক্ষীক জনোৱাত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা দুয়োজন অভিযুক্তকে মাৰাথন জেৰা চলাই আছে। লগতে ভুক্তভোগীৰ চিকিৎসা পৰীক্ষাও কৰা হৈছে। মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে পৰিস্থিতি অধিক স্পষ্ট হৈ পৰিব।

ইয়াৰ লগতে আৰক্ষীয়ে এই বিষয়টো অতি গুৰুতৰ বুলি অভিহিত কৰি তদন্তত কোনো ধৰণৰ গাফিলতি নহ’ব বুলিও স্পষ্ট কৰি দিয়ে। এই ঘটনাৰ লগত আন কোনো ব্যক্তি জড়িত আছিল নে নাই সেয়াও নিশ্চিত কৰা হৈছে।

উল্লেখ্য, হোম গাৰ্ড নিযুক্তিৰ পৰীক্ষাৰ বাবে অহা মহিলা প্ৰাৰ্থীগৰাকী গয়াজী জিলাৰ ইমামগঞ্জ থানা এলেকাৰ বাসিন্দা বুলি কোৱা হৈছে। এম্বুলেন্স চালক বিনয় কুমাৰ আৰু টেকনিচিয়ান অজিত কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাস্থলীৰ পৰা চিচিটিভিৰ ফুটেজকে ধৰি বহু প্ৰমাণ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। বিষয়টো পোহৰলৈ অহাৰ পিছতে নিৰাপত্তাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আন মহিলা প্ৰাৰ্থীয়ে।

Tags: BiharHome GuardRape

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025