• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাফেল, সুখই, তেজস, মিগ, হাৰকিউলিছৰ দৰে যুঁজাৰু বিমান নামিব ডিব্ৰুগড়ৰ ৰাজপথত

Nation NE by Nation NE
June 29, 2025
in Top News, অসম
0 0
ৰাফেল, সুখই, তেজস, মিগ, হাৰকিউলিছৰ দৰে যুঁজাৰু বিমান নামিব ডিব্ৰুগড়ৰ ৰাজপথত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ডিব্ৰুগড় জিলাৰ মৰাণৰ ৰাজপথত দেখা যাব সুখই, ৰাফেল, মিগ, তেজস, হাৰকিউলিছ, AN-32 আদিৰ দৰে যুঁজাৰু জেট বিমান। উজনি অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ আৰু উৰাব পাৰিব যিকোনো যুঁজাৰু বিমান আৰু হেলিকপ্তাৰ।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দিনৰ ২.৩০ বজাত মৰাণ জাতিয়নী গাঁৱত উপস্থিত হৈ নিৰ্মাণ হৈ থকা জৰুৰীকালীন বিমান অৱতৰণ আৰু উৰণৰ সুবিধাযুক্ত ২ নং ৰাষ্ট্ৰীয় ঘাইপথটো পৰিদৰ্শন কৰে।

পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্ৰী শৰ্মাই চলিত বছৰৰ অক্টোবৰৰ পৰা সম্পূৰ্ণৰূপে এই পথচোৱাত জৰুৰীকালীন অৱস্থাত যিকোনো বিমান উৰণ বা অবতৰণ কৰিব পৰা যাব বুলি উল্লেখ কৰে।

উল্লেখ্য যে, নিৰ্মীয়মান ৪ লেন যুক্ত ২ নং ৰাষ্ট্ৰীয় ঘাইপথত মৰাণ পলক্লাবৰ পৰা ৰছীপথাৰলৈকে অধিক উন্নতমানৰ জৰুৰীকালীন ৰান ৱে’ সুবিধাৰে পৰিপুষ্ট পথচোৱা নিৰ্মাণ কৰি থকা হৈছে। এই পথচোৱাৰ মুঠ দৈৰ্ঘ্য ৪.২ কিলোমিটাৰ।

যুদ্ধকালীন পৰিস্থিতি অথবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই ৰাজপথটো ভাৰতীয় বায়ুসেনাই ৰান ৱে’ হিচাপে ব্যৱহাৰ কৰিব পাৰিব।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে ভাৰতীয় বায়ু সেনাৰ বিমান বন্দৰ নিৰ্মাণ বিভাগৰ যৌথ উদ্যোগত নিৰ্মাণ কৰি থখা হৈছে পথটো। জৰুৰীকালীন সময়ত বিমান অৱতৰণ আৰু উৰণৰ সময়ত মানুহ, জীৱ-জন্তু সোমাব নোৱাৰাকৈ পথৰ কাষত ফেঞ্চিং দিয়া হৈছে। লগতে নিৰ্মাণ কৰা হৈছে এটা এয়াৰ ট্ৰেফিক কন্ট্ৰ’ল টাৱাৰ (ATC)।

অবশ‍্যে জৰুৰীকালীন পৰিস্থিতিতহে এই পথটো বিমান উৰণ আৰু অৱতৰণৰ বাবে ব্যৱহাৰ হ’ব।

Tags: AIR FORCEDibrugarhFighter JetHimanta Biswa SarmaNational Highway

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025