• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

Nation NE by Nation NE
July 26, 2025
in Top News, উত্তৰ পূৱ, মণিপুৰ
0 0
নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে মণিপুৰৰ ইম্ফল উপত্যকাৰ পাঁচখন জিলাৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত ৯০টা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, ৭২৮টা সক্ৰিয় গুলী আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে।

এক গোপনীয় তথ্যৰ ভিত্তিত ইম্ফল পূৱ, ইম্ফল পশ্চিম, থাউবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাত একেলগে অভিযান আৰম্ভ কৰা হয়। মণিপুৰ আৰক্ষী, চি আৰ পি এফ, বি এছ এফ, সেনা আৰু অসম ৰাইফলছৰ দলে যৌথভাৱে চলাইছিল এই অভিযান।

অভিযানত উদ্ধাৰ হোৱা ৯০টা অস্ত্ৰৰ ভিতৰত আছে তিনিটা এ কে ছিৰিজ ৰাইফল, এটা এম ১৬ ৰাইফল, ৫টা ইনছাছ ৰাইফল, এটা ইনছাছ এল এম জি, চাৰিটা এছ এল আৰ, ২০টা পিষ্টল, চাৰিটা কাৰ্বাইন, ৭টা থ্ৰী নট থ্ৰী ৰাইফল আৰু আন ৮টা ৰাইফল।

ইয়াৰ উপৰি ২১টা গ্ৰেনেড আৰু ৬টা আই ই ডিকে ধৰি ৭২৮টা গুলী আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। ২১টা মেগাজিন আৰু ২৪টা ৱায়াৰলেছ হেণ্ডছেটো উদ্ধাৰ কৰা হৈছে।

ইফালে শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত সাধাৰণ ৰাইজৰ সহযোগিতা বিচাৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনসাধাৰণক জনায় যে যদি কোনো লোকৰ হাতত অবৈধ অস্ত্ৰ বা কোনো সন্দেহজনক কাৰ্যকলাপৰ তথ্য আছে, তেন্তে তৎক্ষণাত ওচৰৰ আৰক্ষী থানা বা কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষক অৱগত কৰক।

Tags: #ManipurAmmunitionExplosivesFirearmsImphal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025