• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজা পৰিকল্পনাক ‘গেম চেঞ্জাৰ’ বুলি অভিহিত ড’নাল্ড ট্ৰাম্পৰ, প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত সন্তুষ্ট

Nation NE by Nation NE
October 3, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Share on FacebookShare on TwitterWhatsApp

গাজাত শান্তিৰ বাবে বিশ্বব্যাপী সমৰ্থন লাভ কৰি উৎসাহিত  হৈছে  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে  হোৱা যেন লাগে। হোৱাইট হাউছে এই পদক্ষেপক যুদ্ধবিধ্বস্ত গাজাত শান্তি স্থাপনৰ বাবে ট্ৰাম্পৰ দূৰদৰ্শী পৰিকল্পনা বুলি অভিহিত কৰিছে।

আমেৰিকা প্ৰশাসনে বিশেষভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই পৰিকল্পনাৰ সমৰ্থনৰ ওপৰত আলোকপাত কৰে। হোৱাইট হাউছে দাবী কৰিছে যে বিশ্বই এই পৰিকল্পনাক গেম চেঞ্জাৰ হিচাপে চাইছে।

বুধবাৰে হোৱাইট হাউছে এক বিবৃতি প্ৰকাশ কৰি কয় যে ট্ৰাম্পৰ এই পৰিকল্পনাই বছৰ বছৰ ধৰি চলি থকা বিধ্বংসী যুদ্ধৰ পিছত এক সম্ভাৱ্য টাৰ্নিং পইণ্টক প্ৰতিনিধিত্ব কৰে। বিবৃতিটোত উল্লেখ কৰা হৈছে যে বিশ্বৰ দেশসমূহে ট্ৰাম্পৰ এই পৰিকল্পনাক “গেম চেঞ্জাৰ” বুলি অভিহিত কৰিছে।

এই পৰিকল্পনাত যুদ্ধৰ তাৎক্ষণিক অন্ত পেলোৱা, সকলো পণবন্দীক মুকলি কৰি দিয়া, আৰু মানৱীয় সাহায্য অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ চূড়ান্ত লক্ষ্য হৈছে গাজাক সমৃদ্ধি আৰু স্থায়ী শান্তিৰ প্ৰতীক হিচাপে গঢ়ি তোলা।

আমেৰিকা প্ৰশাসনে উল্লেখ কৰিছে যে আৰব দেশৰ পৰা পশ্চিমীয়া দেশলৈকে নেতাই এই পৰিকল্পনাক সমৰ্থন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়েও ছ’চিয়েল মিডিয়া পোষ্টত এই পদক্ষেপক আদৰণি জনাই লিখিছে যে এই ঘোষণাই পেলেষ্টাইন আৰু ইজৰাইলৰ জনসাধাৰণৰ বাবে স্থায়ী শান্তি, নিৰাপত্তা, আৰু উন্নয়নৰ এক ব্যৱহাৰিক পথ আগবঢ়াইছে। এই পদক্ষেপত সংশ্লিষ্ট সকলো পক্ষই সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰে মোদীয়ে।

Tags: GAZAModiTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025