• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিষাক্ত কফ চিৰাপ সেৱনৰ ফলত আৰু এটি শিশুৰ মৃত্যু; ১০ লৈ বৃদ্ধি মৃতকৰ সংখ্যা

Nation NE by Nation NE
October 4, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
বিষাক্ত কফ চিৰাপ সেৱনৰ ফলত আৰু এটি শিশুৰ মৃত্যু; ১০ লৈ বৃদ্ধি মৃতকৰ সংখ্যা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মধ্য প্ৰদেশৰ চিণ্ডৱাড়াৰ পৰা আহিছে আন এক চাঞ্চল্যকৰ খবৰ। বিষাক্ত কফ চিৰাপ সেৱন কৰাৰ ফলত আৰু এটি শিশুৰ মৃত্যু ঘটিছে। শেহতীয়া এই ঘটনাটোক লৈ মধ্য প্ৰদেশত বিষাক্ত কফ চিৰাপ সেৱনৰ ফলত মৃত্যু হোৱা শিশুৰ সংখ্যা ১০ লৈ বৃদ্ধি পায়।

আজি মৃত্যু হোৱা শিশুটি যোৱা সপ্তাহৰ পৰা হাস্পতালত ভৰ্তি হৈ আছিল। বৃক্ক বিকল হোৱাৰ ফলতেই শিশুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।

ইফালে বিষাক্ত কফ চিৰাপ সেৱনৰ ফলত শিশুৰ মৃত্যুৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মধ্য প্ৰদেশৰ মোহন যাদৱ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মৃত্যুৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে যিকোনো ধৰণৰ কফ চিৰাপৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে, ‘কলড্ৰিফ চিৰাপৰ ফলত চিণ্ডৱাড়াত শিশুৰ মৃত্যু অত্যন্ত মৰ্মান্তিক। সমগ্ৰ মধ্যপ্ৰদেশতে এই চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। এই চিৰাপ প্ৰস্তুত কৰা কোম্পানীটোৰ অন্যান্য সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই চিৰাপ প্ৰস্তুত কৰা কাৰখানাটো আছে কাঞ্চিপুৰমত, সেয়ে ঘটনাৰ খবৰ পোৱাৰ পাছত ৰাজ্য চৰকাৰে তামিলনাডু চৰকাৰক তদন্ত কৰিবলৈ আহ্বান জনায়। আজি পুৱা তদন্তৰ প্ৰতিবেদন লাভ কৰিছো। আৰু এই প্ৰতিবেদনৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

Tags: Cough SyrupMadhya Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025