• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশৰ কোন ঠাইত কিমান হৈছে সোণৰ মূল্য? জানক সবিশেষ…

Nation NE by Nation NE
June 10, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশৰ কোন ঠাইত কিমান হৈছে সোণৰ মূল্য? জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

সোণ কিনিবলৈ অপেক্ষা কৰি থকাসকলক যেন সকাহ আনিছে বহুতলৈ। মঙলবাৰে হ্ৰাস পাইছে ২৪ কেৰেট সোণৰ মূল্য। আনহাতে ২২ কেৰেট সোণৰ মূল্যও প্ৰতি ১০ গ্ৰামত ৮৯,৫৪০ টকালৈ নামি আহিছে।

এক তথ্য অনুসৰি, ২৪ কেৰেটৰ সোণৰ হাৰ ৯৭,৬৮০ টকা। অৱশ্যে ৰূপৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে এতিয়া প্ৰতি কেজিত ১,০৮,১০০ টকাকৈ ব্যৱসায় কৰা হৈছে।

মুম্বাইত ২৪ কেৰেটৰ সোণ ৯৭,৬৮০ টকাৰ হাৰত বিক্ৰী হৈছে। আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৯,৫৪০ টকা।

দিল্লীত ২২ কেৰেটৰ সোণ ৮৯,৬৯০ টকাৰ হাৰত বিক্ৰী হোৱাৰ বিপৰীতে ২৪ কেৰেটৰ সোণ ৯৭,৮৩০ টকাৰ হাৰত বিক্ৰী কৰা হৈছে।

বেংগালুৰুত ২২ কেৰেটৰ সোণ ৮৯,৫৪০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২৪ কেৰেটৰ সোণ ৯৭,৬৮০ টকাত বিক্ৰী হৈছে।

চেন্নাইত ২২ কেৰেটৰ সোণ ৮৯,৫৪০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২৪ কেৰেটৰ সোণ ৯৭,৬৮০ টকাত বিক্ৰী হৈছে।

আনহাতে পুনেত ২২ কেৰেটৰ সোণ ৮৯,৫৪০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২৪ কেৰেটৰ সোণ ৯৭,৬৮০ টকাত বিক্ৰী হৈছে।

যদি আহমেদাবাদৰ কথা কওঁ, ইয়াত ২২ কেৰেটৰ সোণ ৮৯,৫৪০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২৪ কেৰেটৰ সোণ ৯৭,৭৩০ টকাত বিক্ৰী হৈছে।

কলকাতাত ২২ কেৰেটৰ সোণ ৮৯,৫৪০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২৪ কেৰেটৰ সোণ ৯৭,৬৮০ টকাত বিক্ৰী হৈছে।

আনহাতে হায়দৰাবাদত ২২ কেৰেটৰ সোণ ৮৯,৫৪০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২৪ কেৰেটৰ সোণ ৯৭,৬৮০ টকাত বিক্ৰী হৈছে।

মন কৰিবলগীয়া যে সোণৰ মূল্য বহু কাৰকৰ দ্বাৰা নিৰ্ধাৰিত হয়। ইয়াৰ ভিতৰত বিনিময় হাৰ, ডলাৰৰ মূল্যৰ উঠা-নমা, খাৰুৱা তেল আৰু শুল্ক আদি অন্তৰ্ভুক্ত। ইয়াৰ বাহিৰেও ভাৰতীয় সমাজত সোণক সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। দেশৰ যিকোনো বিয়া বা উৎসৱত সোণক অতি শুভ বুলি গণ্য কৰা হয়।

Tags: BusinessGoldMetal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025