• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাখীৰ-পনীৰৰ পৰা আৰম্ভ কৰি ঔষধলৈকে এইবোৰ বস্তুৰ ওপৰত নাথাকিব কোনো কৰ, জানক সম্পূৰ্ণ তালিকা

Nation NE by Nation NE
September 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গাখীৰ-পনীৰৰ পৰা আৰম্ভ কৰি ঔষধলৈকে এইবোৰ বস্তুৰ ওপৰত নাথাকিব কোনো কৰ, জানক সম্পূৰ্ণ তালিকা
Share on FacebookShare on TwitterWhatsApp

GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দিপাৱালীৰ পূর্বে দেশৰ সাধাৰণ ৰাইজ, ক্ষুদ্ৰ ব্যৱসায়ী, কৃষকলৈ চৰকাৰে দিছে এক বৃহৎ সকাহ৷ GST স্লেবৰ সংখ্যা মাত্ৰ দুটালৈ হ্ৰাস কৰা হৈছে।

এতিয়া ৫ শতাংশ আৰু ১৮ শতাংশতে GST সীমাবদ্ধ থাকিব। সভাত কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী কৰমুক্ত কৰা হৈছে। ৰুটি, পনীৰ, গাখীৰকে ধৰি বহু বস্তু জিৰ’ GST হৈ পৰিছে।

৩ ছেপ্টেম্বৰত বৈঠকৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে GST ৰ পৰিৱৰ্তন সন্দৰ্ভত তথ্য ভাগ-বতৰা কৰে। দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ আৰু শিক্ষা সম্পৰ্কীয় সামগ্ৰীও কৰমুক্ত কৰা হৈছে। একে সময়তে এনে বহু কথা আছে যাৰ ওপৰত GST হ্ৰাস কৰা হৈছে। ট্ৰেক্টৰৰ কিছু অংশৰ GST ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। পূৰ্বে ট্ৰেক্টৰৰ ওপৰত ১২ শতাংশ কৰ আৰোপ কৰা হৈছিল যদিও এতিয়া মাত্ৰ ৫ শতাংশ কৰ আৰোপ কৰা হ’ব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰ স্লেবৰ পৰিৱৰ্তন সন্দৰ্ভত তথ্য দিওঁতে এনে বস্তুৰ তালিকা শ্বেয়াৰ কৰিছে যাৰ ওপৰত GST আৰোপ কৰা নহ’ব। পূৰ্বতে এইবোৰৰ ওপৰত ৫ৰ পৰা ১৮ শতাংশ GST আৰোপ কৰা হৈছিল যদিও এতিয়া এইবোৰ জিৰ’ GST ত পৰিণত হৈছে।

৩৩বিধ ঔষধৰ GST ১২%ৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে। কৰ্কট আৰু জটিল ৰোগৰ চিকিৎসাৰ বাবে ৩বিধ ঔষধৰ ওপৰত কৰ ৫%ৰ পৰা ০%লৈ হ্ৰাস কৰা হৈছে। ট্ৰেক্টৰ আৰু কৃষিখণ্ডৰ যন্ত্ৰপাতিৰ GST ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে। ১২বিধ জৈৱ কীটনাশকৰ ওপৰত কৰ ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে। ১২%ৰ পৰা ৫%লৈ হ্ৰাস পায়। হস্তশিল্প, মাৰ্বল, গ্ৰেনাইট ব্লক আৰু চামৰাৰ সামগ্ৰীৰ GST ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে। চিমেণ্টৰ ওপৰত কৰ ২৮%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে। শিক্ষা সম্পৰ্কীয় সামগ্ৰীসমূহ কৰমুক্ত কৰি শিক্ষাৰ্থীসকলক এক বৃহৎ সকাহ দিছে চৰকাৰে। পেঞ্চিল, ইৰেজাৰ, কাটাৰকে ধৰি এনে বহু বস্তু আছিল যিবোৰত আগতে কৰ আৰোপ কৰা হৈছিল, কিন্তু এতিয়া সেইবোৰ GST  ৰ পৰিসৰৰ বাহিৰত থাকিব। পেঞ্চিল, ৰবৰ, কাটাৰ, বহী, গ্ল’ব, মানচিত্ৰ, অনুশীলন কিতাপ, গ্ৰাফ বুকঔষধ আৰু স্বাস্থ্য বীমাৰ ক্ষেত্ৰতো ডাঙৰ পৰিৱৰ্তন আহিব।  একে সময়তে স্বাস্থ্য-জীৱন নীতিও GST ৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে। পৰিষদৰ বৈঠকত ৩৩টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত GST বিলুপ্ত কৰা হৈছে। পূৰ্বে এইবোৰত ১২% কৰ আৰোপ কৰা হৈছিল।

উল্লেখ্য যে দাঁতৰ গুড়ি, গাখীৰৰ বটল, পাকঘৰৰ বাচন-বৰ্তন, ছাতি, চাইকেল, বাঁহৰ আচবাব আৰু কম্বল আদি বস্তুৰ ওপৰত কৰ হাৰ ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে। শ্বেম্পু, টেলকম পাউদাৰ, টুথপেষ্ট, টুথব্ৰাছ, ফেচ পাউদাৰ, চাবোন আৰু চুলিৰ তেলৰ ওপৰত কৰ হাৰ ১৮%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে।

Tags: EconomyGSTtax

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025