• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰে পৰা নতুন জিএছটি হাৰ কাৰ্যকৰী, কি কি সামগ্ৰীৰ দাম বাঢ়িল আৰু কি কি সামগ্ৰীৰ কমিল? চাওক তালিকা

Nation NE by Nation NE
September 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব’, ট্ৰাম্পক স্পষ্ট বাৰ্তা নিৰ্মলা সীতাৰমণৰ
Share on FacebookShare on TwitterWhatsApp

আজি (২২ ছেপ্টেম্বৰ)ৰ পৰা কাৰ্যকৰী হৈছে নতুন জিএছটি হাৰ। খাদ্য আৰু পানীয় আৰু ঔষধকে ধৰি বহু সামগ্ৰীৰ জিএছটি ১৮%ৰ পৰা ০%লৈ হ্ৰাস কৰা হৈছে। অৱশ্যে ৫৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, “এটা বিশেষ হাৰ আছে যিটো ৪০%।

লগতে বিলুপ্ত কৰা হৈছে  ১২% আৰু ২৮% স্লেব। এতিয়া প্ৰযোজ্য হ’ব ৫% আৰু ১৮% স্লেব। আজিৰ পৰা জি এছ টি ৰেটৰ পৰিৱৰ্তনৰ লগে লগে বহু সামগ্ৰী সস্তা হ’ব। যিবোৰ বস্তুৰ ওপৰত জি এছ টিৰ হাৰ সলনি হ’ব, সেইবোৰৰ ভিতৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি বাহন আৰু ঔষধলৈকে সকলো আছে, যিয়ে সাধাৰণ মানুহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে।

ইয়াৰ পূৰ্বে গাখীৰ, ছানা, পনীৰ, পাউৰুটি আৰু ৰুটিৰ ওপৰত ৫ শতাংশ জি এছ টি আছিল। সেই কৰ সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে। চিগাৰেট, ধঁপাত, আৰু অন্যান্য আনুষংগিক সামগ্ৰী বাদ দি নতুন কৰ হাৰ আজি কাৰ্যকৰী হ’ব। চাবোন, পাউদাৰ, কফি, ডায়েপাৰ, বিস্কুট, ঘিউ, তেল সস্তা হ’ব।জাম, জেলী, কাঠফুলা, নাৰিকল পানী, ইষ্ট, চয়াবিনৰ ভূজিয়া আৰু ২০ লিটাৰ খোৱাপানীৰ বটলৰ GSTও ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

জি এছ টি স্লেবৰ পৰিৱৰ্তনে গৃহ নিৰ্মাতাসকলকো সকাহ দিব। চৰকাৰে চিমেণ্টৰ জি এছ টি ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিছে, যাৰ ফলত ঘৰ নিৰ্মাণৰ ব্যয় সামান্য হ্ৰাস পাব। ইয়াৰ দ্বাৰা বিল্ডাৰ আৰু ঘৰ ক্ৰেতা উভয়েই লাভৱান হ’ব।

টিভি, এচি, ফ্ৰীজ, ৱাশ্বিং মেচিন আদি সামগ্ৰীৰ দামও হ্ৰাস পাব। পূৰ্বে এইবোৰৰ ওপৰত ২৮ শতাংশ জি এছ টি আছিল যদিও এতিয়া এইবোৰ ১৮ শতাংশ স্লেবত আছে। কোম্পানীসমূহে মূল্য হ্ৰাসৰ কথা ঘোষণা কৰিছে, যাৰ ফলত এই সামগ্ৰীসমূহ অধিক লোকৰ বাবে অধিক সুলভ হৈ পৰিছে।সৰু গাড়ীৰ ওপৰত আৰোপিত জি এছ টিও পূৰ্বৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত মটৰগাড়ীসমূহ মধ্যবিত্ত শ্ৰেণীৰ বাবে অধিক বহনক্ষম হৈ উঠিব আৰু যানবাহন খণ্ডও শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। জি এছ টি হ্ৰাস পোৱাৰ ফলত নিৰ্মাণ খণ্ড, ক্রয়-বিক্রয় সেৱা আৰু বিত্তিয় খণ্ডৰ কৰ্মসংস্থাপনৰ সুবিধাৰ সৃষ্টি হ‘ব আৰু দেশৰ বিকাশ ত্বৰান্বিত হ‘ব। এই সিদ্ধান্তই নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল, যুৱ বৃত্তিধাৰী লোক আৰু প্ৰকল্প আধাৰিত হ্রস্বকালীন কামত নিয়োজিত লোকসকলক সকাহ প্ৰদান কৰিব।

Tags: GSTtax

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025