• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুজৰাটত ভয়ংকৰ দুৰ্ঘটনা, ফুড কোম্পানীৰ আৱৰ্জনা পৰিশোধন কাৰখানাত এই ঘটনা…

Nation NE by Nation NE
August 23, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গুজৰাটত ভয়ংকৰ দুৰ্ঘটনা, ফুড কোম্পানীৰ আৱৰ্জনা পৰিশোধন কাৰখানাত এই ঘটনা…
Share on FacebookShare on TwitterWhatsApp

গুজৰাটত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। বিষাক্ত গেছৰ সংস্পৰ্শলৈ অহাত অজ্ঞান হৈ পৰে একাংশ শ্ৰমিক। আনন্দ জিলাৰ খাম্ভাট তালুকৰ সোখাদা গাঁৱত অৱস্থিত খাদ্য সংশোধন কাৰখানাত ২২ আগষ্টৰ পুৱা চাফাইৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।

টেংকি চাফা কৰাৰ সময়ত বিষাক্ত গেছৰ সংস্পৰ্শলৈ অহাৰ বাবে ২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে ২ জন শ্ৰমিক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনা সংঘটিত হৈছে একতা ফ্ৰেছ ফুড কোম্পানীৰ আৱৰ্জনা পৰিশোধন কাৰখানাত, যিয়ে অঞ্চলটোত আলোড়নৰ সৃষ্টি কৰিছে।

খাম্ভাট গ্ৰাম্য আৰক্ষী থানাৰ বিষয়াগৰাকীয়ে জনোৱা মতে, পুৱা কিষাণ বৰৈয়া (২৭) নামৰ এজন শ্ৰমিকে টেংকটো চাফা কৰিবলৈ ভিতৰলৈ সোমাই যোৱাৰ পিছত কেইমিনিটমানৰ ভিতৰতে বিষাক্ত গেছৰ সংস্পৰ্শলৈ আহি অজ্ঞান হৈ পৰে। আনজন শ্ৰমিক ৬৩ বছৰীয়া অৰবিন্দে তেওঁক বচাবলৈ বহুদিন ওলাই নাহি টেংকত নামিলে যদিও সেই বিষাক্ত গেছৰ কবলত তেওঁও আৱদ্ধ হৈ পৰে।

এইদৰে আৰু দুজন শ্ৰমিকো বিষাক্ত গেছৰ দ্বাৰা প্ৰভাৱিত হয়। পিটিআইৰ মতে, চাৰিওজনক উলিয়াই চিকিৎসালয়লৈ নিয়াৰ সময়ত প্ৰথমে টেংকত প্ৰৱেশ কৰা কিষাণ আৰু অৰবিন্দক মৃত ঘোষণা কৰা হয়, বাকী দুজন শ্ৰমিকৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে।

ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। বিষয়াসকলে কয় যে, টেংকটো চাফা কৰাৰ সময়ত সুৰক্ষাৰ নিয়ম মানি চলা হোৱা নাছিল, যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছিল। বৰ্তমান আহত শ্ৰমিক সকল চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থাৰ ওপৰত নজৰ ৰখা হৈছে। এই ঘটনাক গুৰুত্বসহকাৰে লৈ প্ৰশাসনে কৈছে যে ভৱিষ্যতে সুৰক্ষাৰ মানদণ্ড পালনত গুৰুত্ব দিয়া হ’ব।

Tags: dangerous gasfood tankGujrat

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025