• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধনখড়ৰ পদত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ হৰিবংশ নাৰায়ণৰ

Nation NE by Nation NE
July 22, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
ধনখড়ৰ পদত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ হৰিবংশ নাৰায়ণৰ
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে ৰাজ্যসভাৰ উপ-অধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে সাক্ষাত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক। জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে উপ-অধ্যক্ষই ৰাষ্ট্ৰপতিক সাক্ষাত কৰা ঘটনাটোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

নিয়ম অনুসৰি ৰাজ্যসভাৰ অধ্যক্ষৰ পদ খালী হোৱাৰ পাছত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে হৰিবংশ নাৰায়ণে। এনে পৰিস্থিতিত তেওঁক দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব প্ৰদানৰো জল্পনা-কল্পনা চলিছে।

জগদীপ ধনখড়ৰ পদত্যাগৰ পিছতে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি সন্দৰ্ভত সমগ্ৰ দেশতে সম্ভাৱ্য নেতাৰ ওপৰত আলোচনা আৰম্ভ হৈছে। এই দৌৰত এতিয়া হৰিবংশ নাৰায়ণক আগশাৰীৰ স্থানত বিবেচনা কৰা হৈছে।

ৰাষ্ট্ৰপতি ভৱনে বৈঠকৰ এখন ছবি শ্বেয়াৰ কৰি এক্সত লিখিছে, ‘ৰাজ্যসভাৰ উপ-অধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ কৰে।’

উল্লেখ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যৰ দোহাৰি দি হঠাৎ পদত্যাগ কৰিছিল ধনখড়ে। ইয়াৰ পিছত মঙলবাৰে ৰাজ্যসভাত পুৱাৰ অধিৱেশনৰ কাৰ্যসূচী পৰিচালনা কৰে হৰিবংশ নাৰায়ণে।

Tags: Droupadi MurmuHarivansh Narayan SinghJagdeep DhankharRajya Sabha

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025