• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মাইগ্ৰেইন কি? এই সমস্যাৰ পৰা কিদৰে হাত সাৰিব আপুনি?

Nation NE by Nation NE
November 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মাইগ্ৰেইন কি? এই সমস্যাৰ পৰা কিদৰে হাত সাৰিব আপুনি?
Share on FacebookShare on TwitterWhatsApp

মাইগ্ৰেইন হৈছে এক স্নায়ুজনিত সমস্যা, যাৰ বৈশিষ্ট্য হৈছে মূৰৰ এটা অংশত তীব্ৰ বিষ। ইয়াৰ লগত বমি, পোহৰৰ লগত জড়িত অস্বস্তি, মূৰ ঘূৰোৱা বা শব্দৰ প্ৰতি সংবেদনশীলতাও হ’ব পাৰে।

শীতকাল আৰম্ভ হোৱাৰ লগে লগে মাইগ্ৰেইনৰ ৰোগী বৃদ্ধি পায়। ইয়াৰ ফলত কেৱল মাইগ্ৰেইন ৰোগীয়েই নহয়; আনকি মাইগ্ৰেইন নথকাসকলেও ঠাণ্ডাৰ সময়ত মূৰৰ বিষ, গধুৰতা আৰু তেজৰ সোঁতৰ সামান্য পৰিৱৰ্তন অনুভৱ কৰিব পাৰে।

বতৰ সলনি হোৱাৰ লগে লগে বহু লোকৰ বাবে মাইগ্ৰেইনৰ আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ বাবে সাৱধানতা আৰু সজাগতা দুয়োটা অতি প্ৰয়োজনীয় হৈ পৰে।

শীতকালত মাইগ্ৰেইনৰ লক্ষণসমূহ বেছি দেখা যায়, যেনে মূৰৰ বিষ, চকুৰ চাৰিওফালে গধুৰ হোৱা, সামান্য বিষ, বমি, ডিঙি জঠৰ হোৱা, খিংখিঙীয়া হোৱা। চৰ্দিৰ ফলত শৰীৰৰ পেশী সংকোচন হয় আৰু মগজুৰ স্নায়ুবোৰো সংকুচিত হৈ মূৰৰ বিষ আৰু বেছিকৈ বৃদ্ধি কৰিব পাৰে।

বহুতৰে বাবে ঠাণ্ডা বতাহ, কুঁৱলী আৰু হঠাতে উষ্ণতা হ্ৰাস পোৱাটোৱেও বিষ আৰু বেছিকৈ বৃদ্ধি কৰে। ঠাণ্ডাৰ সময়ত ঘৰৰ ভিতৰত অধিক সময় কটালে, কম সূৰ্য্যৰ পোহৰ আৰু অনিয়মিত ৰুটিনেও মাইগ্ৰেইনৰ লক্ষণৰ সূচনা কৰিব পাৰে।

মাইগ্ৰেইন কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি-

  • ঠাণ্ডা বতাহৰ পৰা হাত সাৰিবলৈ মূৰ-কাণ ঢাকি ৰাখিব লাগে।
  • ১৫-২০ মিনিট ৰ’দত বহিব লাগে।
  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
  • নিয়মীয়াকৈ টোপনি আৰু ৰুটিন বৰ্তাই ৰাখিব লাগে।
  • মানসিক চাপ কম কৰিবলৈ ধ্যান বা লঘু ব্যায়াম কৰিব লাগে।
Tags: HealthHealthy life

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025