• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জিনীয় নেকি এলঝেইমাৰ ৰোগ? জানক ই কেনেকৈ হৈ উঠিব পাৰে গুৰুতৰ…

Nation NE by Nation NE
June 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
জিনীয় নেকি এলঝেইমাৰ ৰোগ? জানক ই কেনেকৈ হৈ উঠিব পাৰে গুৰুতৰ…
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত বৃদ্ধকালত সঘনাই হোৱা এক ৰোগ হৈছে এলঝেইমাৰ। আচলতে ই  কোনো পাহৰি যোৱাৰ ৰোগ নহয়, ই হৈছে মগজুৰ ক্ষমতা লাহে লাহে ধ্বংস কৰা এক গুৰুতৰ স্নায়ুজনিত বিকাৰ।

কিন্তু প্ৰশ্ন হয় এলঝেইমাৰ সঁচাকৈয়ে জিনীয় নেকি?

কিছু পৰিমাণে এলঝেইমাৰ জিনীয় হ’ব পাৰে। যদি পৰিয়ালৰ কোনো সদস্য ইতিমধ্যে এলঝেইমাৰ ৰোগত আক্ৰান্ত হৈছে, তেন্তে পৰৱৰ্তী প্ৰজন্মত এই ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু জিনীয় কাৰণ হোৱাৰ পিছতো যদি কাৰোবাৰ পিতৃ-মাতৃৰ এলঝেইমাৰ ৰোগ হয়, তেন্তে সন্তানৰো যে এই ৰোগ হ’ব সেইবুলি কোনো কথা নাই। জীৱনশৈলী, খাদ্যাভ্যাস, মানসিক স্বাস্থ্য আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ দৰে বহু কাৰকেও ইয়াত ডাঙৰ ভূমিকা পালন কৰে।

এলঝেইমাৰৰ লগত জড়িত আটাইতকৈ সাধাৰণ বিপদজনক কাৰকটোৱেই হৈছে APOE জিন। এই ৰোগ হোৱা ব্যক্তিয়ে নিজৰ অধিক যত্ন লোৱাটো প্ৰয়োজন।

প্ৰেচেনিলিন-১ আৰু প্ৰেচেনিলিন-২ – এইবোৰ গুৰুতৰ ৰূপত এলঝেইমাৰৰ সৈতে জড়িত, বিশেষকৈ যদিহে এই ৰোগ ৬০ বছৰৰ আগতে আৰম্ভ হয়।

এলঝেইমাৰ কিমান বিপজ্জনক হ’ব পাৰে?

  • ক্ৰমান্বয়ে স্মৃতিশক্তি হেৰুৱায়।
  • ৰোগীয়ে নিজস্বত্ববোধ হেৰুৱাই পেলায় অৰ্থাৎ ৰোগীয়ে নিজৰ আপোনজনক চিনি নোপোৱা হয়।
  • সুস্থ সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস পায়।
  • আৱেগিক অস্থিৰতা, খং, বিভ্ৰান্তি, দুখ আৰু মৌনতা বৃদ্ধি পায়।

প্ৰতিৰোধমূলক ব্যৱস্থা-

  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ
  • নিয়মিত ব্যায়ামৰ প্ৰয়োজন
  • পৰ্যাপ্ত টোপনি আৰু মানসিক চাপৰ পৰা দূৰত্বৰ প্ৰয়োজন

বিশেষকৈ যেতিয়া কোনোবাই নিজৰ পৰিয়ালৰ সদস্যক পাহৰিবলৈ আৰম্ভ কৰে তেতিয়া এলঝেইমাৰ ৰোগ এক যন্ত্ৰণাদায়ক অভিজ্ঞতা হ’ব পাৰে। যদি পৰিয়ালত ইয়াৰ ইতিহাস আছে তেন্তে সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন কৰি আৰু সময়মতে চিকিৎসকৰ পৰামৰ্শ লৈ আমি এই ৰোগৰ ভয়াৱহতা বহু পৰিমাণে হ্ৰাস কৰিব পাৰো।

Tags: Healthhealthy newsMedical life

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025