• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাতি কিমান ঘণ্টা টোপনি আহিলে সুস্থ হৈ থাকে আপোনাৰ হৃদযন্ত্ৰ

Nation NE by Nation NE
October 31, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাতি কিমান ঘণ্টা টোপনি আহিলে সুস্থ হৈ থাকে আপোনাৰ হৃদযন্ত্ৰ
Share on FacebookShare on TwitterWhatsApp

টোপনি আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, ভাল  টোপনিয়ে আমাক শক্তিশালী আৰু সতেজ অনুভৱ কৰা হয়। কিন্তু এক অধ্যয়নত প্ৰকাশ পাইছে যে, ৰাতি টোপনি ভাল হ’লে আমাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকে আৰু লগতে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়।

এই গৱেষণাৰ মতে, টোপনি কম হ’লে উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, যিয়ে পিছলৈ হৃদযন্ত্ৰত প্ৰভাৱ পেলায়।

এক অধ্যয়ন অনুসৰি, সাত ঘণ্টাৰ কম টোপনিয়ে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় আৰু উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। বিশেষকৈ আমাৰ দেশত পুৰুষতকৈ মহিলাৰ টোপনি কম, যাৰফলত ফলত মহিলাৰ স্বাস্থ্যৰ ওপৰত অধিক প্ৰভাৱ পৰে আৰু হৃদৰোগজ্বনিত ৰোগত ভুগে।অধ্যয়নটোত দেখা গৈছে যে সাত ঘন্টাতকৈ কম টোপনি কৰিলে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা ৭ শতাংশ বৃদ্ধি পায়।

এই গৱেষণাৰ সৈতে জড়িত বিজ্ঞানীসকলে কয় যে, সুস্থ হৃদযন্ত্ৰৰ বাবে ৭ৰ পৰা ৮ ঘণ্টা পৰ্যন্ত টোপনি উত্তম। আনহাতে সঘনাই টোপনিত বাধা আৰু বেয়া টোপনিয়ে উচ্চ ৰক্তচাপ আৰু হতাশাৰ সম্ভাৱনা বৃদ্ধি কৰে। এই গৱেষণাত পূৰ্বৰ ১৬টা গৱেষণাৰ তথ্যও একত্ৰিত কৰা হৈছে, য’ত বিগত ৫ বছৰৰ ভিতৰত ৬খন দেশৰ ১০ লাখতকৈ অধিক লোকৰ বিশ্লেষণ কৰা হৈছে, যিসকলে কম টোপনিৰ বাবে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকা দেখা গৈছে।

টোপনি কিয় কমি আহিছে?

  • বেয়া জীৱনশৈলী, গভীৰ নিশালৈকে সজাগ হৈ থকা, গোটেই ৰাতি মোবাইল আৰু টিভি চোৱাৰ অভ্যাসে মানুহৰ টোপনি বিঘ্নিত কৰিছে, যাৰ বাবে মানুহৰ টোপনিত অসুবিধা হৈছে।
  • ধূমপান আৰু মদ্যপানেও টোপনিৰ সমস্যাৰ সৃষ্টি কৰে।
  • উদ্বেগ, হতাশা আদি সমস্যাইও টোপনিৰ সমস্যাৰ সৃষ্টি কৰিছে।
  • অতিমাত্ৰা খাদ্য খোৱা আৰু ৰাতিৰ শ্বিফ্টেও মানুহৰ টোপনিৰ অভ্যাস নষ্ট কৰি তুলিছে।

টোপনি কেনেকৈ উন্নত কৰিব পাৰি-

  • ৰাতি লঘু খাদ্য খাব লাগে।
  • ধূমপান নকৰিব আৰু ৰাতি সুৰা সেৱন কৰিব।
  • গভীৰ নিশালৈকে মোবাইল আৰু টিভি নাচাব।
  • মানসিক চাপ পৰিচালনা কৰক।
  • ৰাতি সোনকালে শোৱাৰ অভ্যাস গঢ়ি তোলক।
  • লঘু সংগীত শুনক আৰু ভাল কিতাপ পঢ়ক।
Tags: Heart AttackMedical HealthMedical Science

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025