• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত পথ আৰু প্ৰতিমূৰ্তি উদ্বোধন কৰিব গৃহ মন্ত্ৰী অমিত শ্বাহে

Nation NE by Nation NE
April 29, 2025
in Top News, অসম
0 0
দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত পথ আৰু প্ৰতিমূৰ্তি উদ্বোধন কৰিব গৃহ মন্ত্ৰী অমিত শ্বাহে
Share on FacebookShare on TwitterWhatsApp

বড়ো জনগোষ্ঠীৰ বাবে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই আগবঢ়াই যোৱা অৱদানক সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনাই দিল্লী পৌৰ নিগমে দক্ষিণ দিল্লীৰ লালা লাজপত ৰায় মাৰ্গৰ এটা অংশৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাপে নামাকৰণ কৰিব। আজি নতুন দিল্লীত অৱস্থিত এক সংবাদ মেলত এই কথা ঘোষণা কৰা হয়।

উল্লেখ্য যে বড়ো জনগোষ্ঠীৰ পিতৃ হিচাপে পৰিচিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আছিল এজন দূৰদৰ্শী নেতা আৰু সমাজ সংস্কাৰক যিয়ে বড়ো সম্প্ৰদায়ৰ অধিকাৰ, পৰিচয়, আৰু উত্থানৰ বাবে অক্লান্তভাৱে কাম কৰিছিল। ২০২৫ চনৰ ১ মে’ত নতুন দিল্লীৰ কৈলাশ কলনীত এই অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বড়োলেণ্ডৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দিপেন বড়ো আদিকে ধৰি বহু সংখ্যক গণ্য মান্য লোক অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।

উল্লেখ্য যে নাম সলনি কৰিব বিচৰা ৮৩৫ মিটাৰ দীঘল আৰু ৫০ ফুট বহল এই পথটো কৈলাশ কলনী মেট্ৰ’ ষ্টেচনৰ ওচৰত অৱস্থিত আৰু এই পথটো বডোলেণ্ড গেষ্ট হাউছৰ কাষেৰে পাৰ হৈ যায়। ইয়াৰ সমান্তৰালকৈ কৈলাশ কলনীৰ ঘূৰণীয়া পথত উন্মোচন কৰা হ’ব বডোফাৰ প্ৰতিমূৰ্তি। অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হ’ব।

এই সন্দৰ্ভত বডোফাৰ স্মৃতিত এবছুৱে ১ মে’ৰ, বিয়লি ৫.৩০ বজাত সমগ্ৰ বিটিআৰ আৰু অসমৰ প্ৰতিটো ঘৰ, ৰাজহুৱা স্থানত ৫ লাখ মাটিৰ চাকি আৰু মমবাতি জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদমেল সম্বোধন কৰি সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে কয় যে, ‘বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই মানুহে মৰ্যাদাসহ জীয়াই থকাৰ লগতে নিজকে সুৰক্ষিত ৰাখিব পৰাকৈ এখন সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।’

দেশৰ ৰাজধানীৰ মাজমজিয়াত এটা পথৰ নামকৰণ আৰু তেওঁৰ প্ৰতিমূৰ্তি স্থাপন অসমবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলিও মন্তব্য কৰে ছাত্ৰ সংগঠনটোৰ সভাপতিয়ে।

২০২৪ চনৰ ৬ ডিচেম্বৰত নতুন দিল্লীৰ সংসদ ভৱনত সদৌ বড়ো ছাত্ৰ সন্থাই দাখিল কৰা স্মাৰক পত্ৰ আৰু কোকৰাঝাৰ দোতমাত অনুষ্ঠিত ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত উপেন্দ্ৰ নাথ ব্ৰহ্ম মাৰ্গ আৰু প্ৰতিমূৰ্তিৰ নামকৰণৰ ঘোষণাৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৬ মাৰ্চ, ২০২৫ত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাবেই এই কাৰ্য সম্ভৱ হৈ উঠিল বুলিও লগতে দিপেন বড়োৱে কয়।

Tags: #DelhiAmit ShahBodo LeaderUpendranath Brahma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025