• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৪৬০০ জনৰ বাসস্থান ধ্বংস, হংকঙত প্ৰায় ১০০ জনৰ মৃ*ত্যু*ৰ বাবে কোন দায়ী?

Nation NE by Nation NE
November 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
৪৬০০ জনৰ বাসস্থান ধ্বংস, হংকঙত প্ৰায় ১০০ জনৰ মৃ*ত্যু*ৰ বাবে কোন দায়ী?
Share on FacebookShare on TwitterWhatsApp

হংকঙত এতিয়া কান্দোনৰ ৰোল। ২৬ নৱেম্বৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছতে হংকঙ চহৰখনত নামিছে অমানিশা। উল্লেখ্য যে, মেৰামতিৰ কামত ব্যৱহৃত বাঁহত সূত্ৰপাত হোৱা জুইয়ে মূহূৰ্ততে ছানি ধৰিছিল হংকঙৰ প্ৰায় ২০০০ টা এপাৰ্টমেণ্ট থকা ৭টা অট্টালিকাৰ এটা হাউচিং কমপ্লেক্স।

অৱশ্যে বৰ্তমান এই অগ্নিকাণ্ড নিয়ন্ত্ৰণত আছে। বহুমহলীয়া আৱাসিক কমপ্লেক্সটোত হোৱা অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ পিছত আজি পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। বৰ্তমানলৈ মৃতকৰ সংখ্যা ৯৪জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২৮০ জনতকৈ অধিক লোক নিৰুদ্দেশ হৈ আছে। বিষয়াসকলে ইয়াক ৭০ বছৰৰ পিছত চহৰখনৰ আটাইতকৈ ভয়াৱহ ট্ৰেজেডী বুলি অভিহিত কৰে।

 কৰ্তৃপক্ষই জনোৱা মতে, প্ৰথমাৱস্থাত ৪৩ জন গুৰুতৰভাৱে নিহত হয়। এইসকলৰ ভিতৰত এজন অগ্নিনিৰ্বাপক বাহিনীৰ সদস্যও আছিল। এতিয়াও বহু লোক অট্টালিকাসমূহত আৱদ্ধ হৈ আছে বুলি খবৰ পোৱা গৈছে। ৭ টা ব্লকৰ ভিতৰত ৪ টা ব্লকৰ বৃহৎ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে বাকী ৩১ মহলীয়া অট্টালিকাসমূহৰ ওপৰৰ মহলাত সন্ধিয়ালৈকে অগ্নিকাণ্ড অব্যাহত আছে। এক বৃহৎ উদ্ধাৰ অভিযান চলি আছে আৰু আৱদ্ধ লোকসকলক অট্টালিকাৰ পৰা উলিয়াই অনা হৈছে।

 ইতিমধ্যে চৰকাৰে অপৰাধমূলক তদন্তৰ নিৰ্দেশ দিছে। বিষয়াসকলে জনোৱা মতে, প্ৰতিটো ৩২ মহলীয়া ৭টা অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে হংকং চৰকাৰে ৩০ কোটি হংকং ডলাৰ (প্ৰায় ৪৩ মিলিয়ন মাৰ্কিন ডলাৰ) সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। শ শ স্থানচ্যুত বাসিন্দাক অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে।

১৯৮৩ চনত টাই প’ জিলাত নিৰ্মিত ৱাং ফুক ক’ৰ্ট কমপ্লেক্সটোত ১৯৮৪টা ফ্লেট থকা আঠটা বহুমহলীয়া অট্টালিকা আছে। ২০২১ চনৰ লোকপিয়ল অনুসৰি এই অট্টালিকাসমূহত প্ৰায় ৪৬০০ লোক থাকে। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াৰ মতে, হংকং আৰক্ষীয়ে ২৭ নৱেম্বৰত ঘোষণা কৰিছিল যে এই অগ্নিকাণ্ডৰ সৈতে জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।কিয়নো অট্ৰালিকাটোত মেৰামতিৰ কাম চলি থকাৰ সময়তেই জ্বলি থকা সামগ্ৰী তাতেই এৰি গৈছিল অভিযুক্তসকলে। যাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

Tags: FirehongkongTragic

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025