• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলত ইৰাণৰ আক্ৰমণৰ আশংকা! আব্ৰাহাম এলায়েন্সক লৈ চলিছে চৰ্চা; আব্ৰাহাম এলায়েন্স কি?

Nation NE by Nation NE
August 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলত ইৰাণৰ আক্ৰমণৰ আশংকা! আব্ৰাহাম এলায়েন্সক লৈ চলিছে চৰ্চা; আব্ৰাহাম এলায়েন্স কি?
Share on FacebookShare on TwitterWhatsApp

আকৌ হ’ব নেকি তৃতীয় বিশ্ব যুদ্ধ? যিকোনো মুহূৰ্তত ইজৰাইলত আক্ৰমণ চলাব পাৰে ইৰাণে। ইজৰাইলত আক্ৰমণ কৰিলে কোন কোন দেশে সহায় কৰিব ইৰাণক? কোন কোন দেশ থাকিব ইজৰাইলৰ পক্ষত?

হামাছৰ মুৰব্বী হানিয়াৰ মৃত্যুৰ পিছতেই ইজৰাইলৰ বিৰুদ্ধে গৰজি উঠিছে ইৰাণ। ইজৰাইলত আক্ৰমণ কৰাৰ একপ্ৰকাৰ ভাবুকি দিছে ইৰাণে। এনে ক্ষেত্ৰত ইৰাণে আক্ৰমণ চলালে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হব বুলি হুংকাৰ দিছে ইজৰাইলে। আক্ৰমণৰ আশংকাৰ মাজতে চৰ্চা চলিছে আব্ৰাহাম এলায়েন্সৰ।

কি এই আব্ৰাহাম এলায়েন্স

কেইদিনমান পূৰ্বে আমেৰিকাৰ কংগ্ৰেছত আব্ৰাহাম এলায়েন্সৰ বিষয়ে উল্লেখ কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুয়ে। দীৰ্ঘদিন ধৰি  উত্তেজনাপূৰ্ণ হৈ আছে ইৰাণ আৰু ইজৰাইলৰ সম্পৰ্ক। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কূটনৈতিকভাৱে ইৰাণক অন্য দেশসমূহৰ পৰা বিচ্ছিন্ন কৰিবলৈ চেষ্টা চলাই আহিছে।

ইজৰাইলে ইৰাণ আৰু ইয়াৰ মিত্ৰশক্তিৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ আমেৰিকাৰ মধ্যস্থতাত নাটো সদৃশ সংস্থা গঠনৰ চেষ্টা চলাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ইজৰাইলে ২০২০ চনত ইৰাণৰ আক্ৰমণৰ পিছতে আব্ৰাহাম চুক্তিৰ আধাৰত আব্ৰাহাম এলায়েন্স গঠন কৰে।

এই আব্ৰাহাম এলায়েন্সৰ মূল উদ্দেশ্য আছিল আৰৱ দেশসমূহৰ সৈতে ইজৰাইলৰ সম্পৰ্ক উন্নত কৰা। আব্ৰাহাম এলায়েন্সত অন্তৰ্ভুক্ত হৈছিল ইউ.এ.ই., বাহৰেইন, মৰক্কো আৰু চুদানৰ দৰে দেশ। আমেৰিকাৰ মধ্যস্থতাত স্বাক্ষৰিত চুক্তিখনত আন আৰৱ দেশসমূহো অন্তৰ্ভুক্ত হোৱাৰ আশা কৰা হৈছিল।

হামাছৰ মুৰব্বী হানিয়াৰ মৃত্যুৰ পিছত প্ৰতিশোধ ল’বলৈ উদ্বাউল হৈ পৰিছে ইৰাণ। এনে সময়তে শত্ৰুৰাষ্ট্ৰৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ আব্ৰাহাম এলায়েন্সৰ বাবে আমেৰিকা আৰু ব্ৰিটেইনৰ ওপৰত হেচা প্ৰয়োগ কৰিব বিচাৰিছে ইজৰাইলে।

Tags: Abraham AllianceBenjamin NetanyahuIranIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025