• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা; ৩,০৬,৮৪১ পৰীক্ষাৰ্থীয়ে বহিব পৰীক্ষাত

Nation NE by Nation NE
February 13, 2025
in Top News, অসম
0 0
আজিৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা; ৩,০৬,৮৪১ পৰীক্ষাৰ্থীয়ে বহিব পৰীক্ষাত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজিৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমূলক শাখাত মুঠ ৩,০৬,৮৪১ গৰাকী পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব। তাৰ ভিতৰত ১,৪৪,৪৬৩ জন ছাত্ৰ আৰু ১,৬২,৩৭৮ গৰাকী ছাত্ৰী।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাটোৰ বাবে ইতিমধ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ’ব।

পৰীক্ষা কেন্দ্ৰ সমূহত নিৰাপত্তাৰ লগতে কোনো ধৰণৰ বেমেজালি বা পৰীক্ষা কাকত যাতে ফাদিল নহয় তাৰ বাবে এইবাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইফালে পৰীক্ষাত যাতে কোনো ধৰণৰ বিসংগতি নহয় তাৰ বাবে এইবাৰ শিক্ষা পৰিষদে জিলা আৰু আৰক্ষী প্ৰশাসনৰ জৰিয়তে এলানি কঠোৰ সুৰক্ষামূলক ব্যৱস্থা সাজু কৰিছে। পৰীক্ষা প্রক্রিয়া নিৰীক্ষণ কৰাৰ বাবে এখন ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষণ সমিতি আৰু প্ৰতিখন জিলাত একোখন জিলা পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষণ সমিতি গঠন কৰা হৈছে।

ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে জিলাসমূহত পৰীক্ষা সম্পর্কীয় সকলো দিশ চোৱা-চিতা কৰিব। বিশেষকৈ প্রশ্নকাকত আৰু অ’এম আৰ শ্বীট প্ৰেৰণ কৰা আৰু থানা বা আৰক্ষী চকীত ৰখাৰ সময়ত কৰিবলগা সুৰক্ষাৰ দিশটোৰ ওপৰত চকু ৰাখিব।

Tags: #Assam#ExamASSAM STATE SCHOOL EDUCATION BOARDHS

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025