• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 19, 2026
28 °c
Guwahati
30 ° Wed
29 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয় নাগৰিকত্বৰ নিয়ম কটকটীয়া, সমৰ্পণ কৰিব লাগিব নেকি পাকিস্তান-বাংলাদেশৰ পাছপ’ৰ্ট?

Nation NE by Nation NE
May 19, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতীয় নাগৰিকত্বৰ নিয়ম কটকটীয়া, সমৰ্পণ কৰিব লাগিব নেকি পাকিস্তান-বাংলাদেশৰ পাছপ’ৰ্ট?
Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকত্ব লাভৰ প্ৰক্ৰিয়াত এক বৃহৎ পৰিৱৰ্তন আনিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নাগৰিকত্ব বিধি সংশোধন কৰি নতুন খচৰা অধিসূচনা জাৰি কৰিছে। নতুন নিয়মৰ অধীনত এতিয়া কিছুমান বিদেশী আবেদনকাৰীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পূৰ্বে পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা পাছপ’ৰ্টৰ সন্দৰ্ভত সম্পূৰ্ণ তথ্য দিব লাগিব। তদুপৰি নাগৰিকত্ব প্ৰদানৰ পিছত এনে পাছপ’ৰ্ট জমা দিয়াটো বাধ্যতামূলক হ’ব।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা খচৰা অনুসৰি, নাগৰিকত্ব আইন ১৯৫৫ৰ অধীনত ২০০৯ চনৰ নিয়মাৱলী সংশোধন কৰা হৈছে। তফছিল আই চিত এটা নতুন অনুচ্ছেদ (iiiA) সংযোজন কৰা হৈছে।

নতুন নিয়ম অনুসৰি নাগৰিকত্বৰ বাবে আবেদনকাৰীয়ে পাকিস্তান, আফগানিস্তান, বা বাংলাদেশৰ বৈধ বা ম্যাদ উকলি যোৱা পাছপ’ৰ্ট আছে নে নাই সেই কথা উল্লেখ কৰিব লাগিব। যদি তেওঁলোকৰ হাতত এই কোনো এখন দেশৰ পাছপ’ৰ্ট আছে তেন্তে তেওঁলোকে সম্পূৰ্ণ তথ্য দিব লাগিব।

চৰকাৰে স্পষ্ট কৰি দিছে যে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ১৫ দিনৰ ভিতৰত বিদেশী পাছপ’ৰ্ট সংশ্লিষ্ট কৰ্তৃপক্ষক জমা দিব লাগিব। ইয়াৰ বাবে আবেদনকাৰীয়ে লিখিত সন্মতিও দিব লাগিব।

অধিসূচনা অনুসৰি পাছপ’ৰ্ট সংশ্লিষ্ট জ্যেষ্ঠ ডাক অধীক্ষক বা ডাক অধীক্ষকৰ হাতত জমা দিব লাগিব। এই নতুন নিয়ম অফিচিয়েল গেজেটত প্ৰকাশ পোৱাৰ লগে লগে কাৰ্যকৰী হ’ব।

এই মাহত কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব নিয়মৰ আন আন উল্লেখযোগ্য সালসলনিও কৰিলে৷ চৰকাৰে প্ৰৱৰ্তন কৰিলে ইলেক্ট্ৰনিক অভাৰচিজ চিটিজেন অৱ ইণ্ডিয়া (ই-অ’চিআই) কাৰ্ড। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইনত কৰা হৈছে। নাবালকৰ দ্বৈত পাছপ’ৰ্ট সন্দৰ্ভতো নিয়ম কটকটীয়া কৰিছে চৰকাৰে। তদুপৰি ভৌতিক নথি-পত্ৰৰ পৰিৱৰ্তে ডিজিটেল চিনাক্তকৰণৰ প্ৰচাৰ কৰা হৈছে, যাৰ ফলত প্ৰবাসী ভাৰতীয়সকলৰ বাবে প্ৰক্ৰিয়াটো সহজ হৈ পৰিছে।

নতুন বিধানৰ অধীনত আবেদনকাৰীয়ে তেওঁলোকৰ বায়’মেট্ৰিক তথ্য শ্বেয়াৰ কৰিবলৈও সন্মতি দিব লাগিব। চৰকাৰে কয় যে ইয়াৰ দ্বাৰা দ্ৰুতগতিত প্ৰব্ৰজন প্ৰক্ৰিয়া ৰূপায়ণ কৰাত সহায়ক হ’ব আৰু ভৱিষ্যতে স্বয়ংক্ৰিয় নামভৰ্তিৰ দৰে বৈশিষ্ট্যৰ সুবিধা হ’ব।

Tags: CitizenshipPassport

Related Posts

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

May 19, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 19, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 19, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 19, 2026
বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড
Top News

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

May 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 18, 2026

শীৰ্ষ সংবাদ

ভাৰতীয় নাগৰিকত্বৰ নিয়ম কটকটীয়া, সমৰ্পণ কৰিব লাগিব নেকি পাকিস্তান-বাংলাদেশৰ পাছপ’ৰ্ট?

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025