• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপাৰেশ্যন সিন্দূৰৰ প্ৰভাৱ! বাতিল ভাৰত-পাকিস্তানৰ মেচ

Nation NE by Nation NE
July 20, 2025
in Top News, BIG BREAKING, ক্ৰীড়া
0 0
অপাৰেশ্যন সিন্দূৰৰ প্ৰভাৱ! বাতিল ভাৰত-পাকিস্তানৰ মেচ
Share on FacebookShare on TwitterWhatsApp

১৮ জুলাইৰ পৰা আৰম্ভ হোৱা ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ সম্পৰ্কত আহিছে এক ডাঙৰ খবৰ। আজি ইণ্ডিয়া লিজেণ্ডছ আৰু পাকিস্তান লিজেণ্ডছৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ চতুৰ্থখন মেচ বাতিল কৰা হৈছে।

জানিব পৰা অনুসৰি, ভাৰতৰ কেইবাগৰাকীও ক্ৰিকেটাৰে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱাৰ বাবেই মেচখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই মেচখনক লৈ হোৱা বিতৰ্কৰ পিছতেই ইণ্ডিয়া লিজেণ্ডছৰ হৰভজন সিং, অপেনাৰ বেটাৰ শিখৰ ধাৱান, সুৰেশ ৰাইনাৰ লগতে অলৰাণ্ডাৰ ইউছুফ পাঠানে মেচখন খেলিবলৈ অমান্তি হয়।

উল্লেখ্য যে, অপাৰেশ্যন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে খেলপথাৰত মুখামুখি হোৱাৰ কথা আছিল ভাৰত-পাকিস্তান। কিন্তু মেচখনক লৈ অনুৰাগীসকলৰ মাজত তীব্ৰ অসন্তুষ্টি আছিল আৰু অধিকাংশ লোকেই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল।

অনুৰাগীসকলৰ মনৰ অসন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি এই মেচখনত খেলিবলগীয়া ক্ৰিকেটাৰসকলেও বিৰোধিতা কৰাত অৱশেষত আয়োজকে মেচখন বাতিল কৰিবলৈ বাধ্য হয়।

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছে শ্বেয়াৰ কৰা এটা পোষ্টত কোৱা হৈছে, ‘পাকিস্তান হকী দলৰ ভাৰত ভ্ৰমণ আৰু শেহতীয়াকৈ ভাৰত-পাকিস্তান ভলীবল খেলৰ পিছত আমি ভাৰত বনাম পাকিস্তান মেচ আয়োজন কৰাৰ কথা ভাবিছিলো। অৱশ্যে আমি উপলব্ধি কৰিলো যে ইয়াৰ ফলত বহুতৰে অনুভৱত আঘাত পাব পাৰে। ভাৰতীয় ক্ৰিকেট কিংবদন্তি আৰু আমাৰ সমৰ্থকসকলকো আমি অস্বস্তিকৰ পৰিস্থিতিত ৰাখিছো। সেয়েহে আমি এই মেচখন বাতিল কৰাৰ সিদ্ধান্ত লৈছো। আশাকৰো আমাৰ অনুভৱ বুজি পাব।’

Tags: IndiaPakistanWorld Championship of Legends

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025