• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
25 °c
Guwahati
26 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IPL ২০২৫ত প্ৰথমবাৰৰ বাবে ৩টা নতুন নিয়ম? অধিক ৰোমাঞ্চকৰ হৈ উঠিব এইবাৰৰ IPL…

Nation NE by Nation NE
March 21, 2025
in Top News, ক্ৰীড়া
0 0
IPL ২০২৫ত প্ৰথমবাৰৰ বাবে ৩টা নতুন নিয়ম? অধিক ৰোমাঞ্চকৰ হৈ উঠিব এইবাৰৰ IPL…
Share on FacebookShare on TwitterWhatsApp

২২ মাৰ্চৰ পৰা আৰম্ভ হব ভাৰতীয় প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজন। IPLৰ এই ছিজন পূৰ্বতকৈ বিশেষ হব। কিয়নো IPL ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে BCCI য়ে লৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত। যাৰ বাবে এই প্ৰতিযোগিতাখন হৈ উঠিব অধিক ৰোমাঞ্চকৰ।

এইবাৰ IPL ত মুঠ ৩টা নতুন নিয়ম দেখিবলৈ পোৱা যাব, যি পূৰ্বতে কেতিয়াও ব্যৱহাৰ হোৱা নাছিল। একে সময়তে ২গৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে খেলিব পাৰিব।

IPL ২০২৫ত খেলুৱৈসকলৰ উপাৰ্জনৰ ডাঙৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে, এতিয়ালৈকে খেলুৱৈসকলে নিলামৰ ধনৰাশিহে লাভ কৰিছিল। কিন্তু এইবাৰ এই খেলুৱৈসকলক মেচ মাচুলও দিয়া হ’ব। দলীয় শ্বীটত অন্তৰ্ভুক্ত ১২ গৰাকী খেলুৱৈক প্ৰতিখন খেলতে ৭.৫ লাখ টকা দিয়া হ’ব।

এতিয়া দলসমূহে উচ্চতা আৰু  অফ চাইড ৱাইডৰ বাবে ডি আৰ এছৰ ব্যৱহাৰ কৰিব পাৰিব। অফ-ষ্টাম্পৰ বাহিৰৰ ৱাইড আৰু উচ্চতাৰ ওপৰত ৱাইডৰ সিদ্ধান্ত ল’বলৈ হক আই আৰু বল ট্ৰেকিং ব্যৱহাৰ কৰা হ’ব।

IPL ২০২৫ৰ ডে-নাইট মেচত ৩টা বল ব্যৱহাৰ কৰা হ’ব। যাৰ অধীনত প্ৰথম ইনিংছত এটা বল ব্যৱহাৰ কৰা হ’ব। একে সময়তে দ্বিতীয় ইনিংছত দুটা বল ব্যৱহাৰ কৰিব পাৰিব। প্ৰকৃততে মাটিৰ আৰ্দ্ৰতা প্ৰভাৱ কমোৱাৰ বাবে নিয়ম অনুসৰি মেচৰ দ্বিতীয় ইনিংছত ১১ নং অভাৰৰ পিছত নতুন বল ব্যৱহাৰ কৰা হ’ব।

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025