• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিজ বাহন এৰি টেক্সিত যাব লগা হ’ল ৰাষ্ট্ৰপতি! পেট্ৰ’লৰ পৰিবৰ্তে গাড়ীত কি সোমোৱালে?

Nation NE by Nation NE
July 18, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নিজ বাহন এৰি টেক্সিত যাব লগা হ’ল ৰাষ্ট্ৰপতি! পেট্ৰ’লৰ পৰিবৰ্তে গাড়ীত কি সোমোৱালে?
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ তাব্ৰিজ ভ্ৰমণৰ সময়ত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হয়, যেতিয়া তেওঁৰ কনভয়ত থকা তিনিখন চৰকাৰী বাহন একে সময়তে বিকল হৈ পৰে। ৰাষ্ট্ৰপতিৰ বিশেষ পৰিদৰ্শক মুস্তাফা মোলাভিয়ে জনোৱা মতে, কাজভি প্ৰদেশৰ টাকেস্তান চহৰৰ সমীপত অৱস্থিত পেট্ৰ’ল পাম্পৰ পৰা ইন্ধন ভৰোৱাৰ কিছু সময়ৰ পিছতে সকলো বাহন ৰৈ যায়। ইয়াৰ পিছত তেওঁ ব্যক্তিগত টেক্সি এখনত উঠি পৰৱৰ্তী যাত্ৰা সম্পূৰ্ণ কৰিব লগা হয়।

অনুসন্ধানৰ অন্তত দেখা যায় যে ইন্ধনত পানী মিহলি হৈ আছে। এই ঘটনাৰ পিছতে ৰাষ্ট্ৰপতিয়ে স্থানীয় কৰ্তৃপক্ষক অৱগত নকৰাকৈয়ে ব্যক্তিগত টেক্সিৰে যাত্ৰা সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লয়। এই ঘটনাই ইৰাণৰ ইন্ধনৰ মানদণ্ড আৰু পেট্ৰ’ল পাম্পত নিৰীক্ষণ প্ৰক্ৰিয়াক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

ইৰাণত ইন্ধনত মিশ্ৰণ নতুন কথা নহয়। বছৰ বছৰ ধৰি পেট্ৰ’লৰ মিশ্ৰণ বা পাম্প মিটাৰৰ বিজুতিৰ অভিযোগ চৰ্চালৈ আহিছে। প্ৰাক্তন তৈল মন্ত্ৰী বিজন জাংগানেও ২০২১ চনত কয় যে প্ৰতি বছৰে ৪০০ৰো অধিক পেট্ৰ’ল পাম্প অপাৰেটৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। সমস্যা ইয়াতেই ক্ষান্ত নাথাকে। ২০২৪ চনৰ জুন মাহত ইৰাণ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা এক গোপন প্ৰতিবেদনত কোৱা হৈছে যে দেশত ইন্ধন উৎপাদন আৰু চাহিদাৰ মাজত ভাৰসাম্যহীনতা বৃদ্ধি পাইছে। এই অভাৱ পূৰণৰ বাবে ইৰাণে পেট্ৰ’কেমিকেলৰ পৰা আহৰণ কৰা গেছ’লিনৰ ওপৰত নিৰ্ভৰ কৰে, য’ত মিথাইল, টাৰ্ট-বুটাইল, ইথাৰ (MTBE)ৰ দৰে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে বিপজ্জনক বুলি বিবেচিত হোৱাৰ বাবে বহু দেশত এমটিবিই নিষিদ্ধ কৰা হৈছে। ইয়াৰ পিছতো ইৰাণৰ প্ৰধান শোধনাগাৰত ইয়াৰ ব্যৱহাৰ অব্যাহত আছে।

ছ’চিয়েল মিডিয়া আৰু বিভিন্ন প্লেটফৰ্মত শ্বেয়াৰ কৰা ভিডিঅ’ত ইৰানৰ নিম্নমানৰ পেট্ৰ’ল আৰু পাম্প মিটাৰৰ লগত খেলা-ধূলা কৰাৰ প্ৰমাণ পোৱা গৈছে।

Tags: FraudIranPetrol

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025