• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ষান্ত হোৱা নাই ইজৰাইল! যুদ্ধবিৰতিৰ পিছত প্ৰথমবাৰৰ বাবে লক্ষ্য কৰি ল’লে বেইৰুটক

Nation NE by Nation NE
March 29, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণৰ ডাঙৰ পৰিকল্পনা!পাৰ্চী উপসাগৰত ৩০০০খন জাহাজৰে পেৰেড
Share on FacebookShare on TwitterWhatsApp

নৱেম্বৰ মাহত ইজৰাইল-হিজবুল্লাহৰ যুদ্ধবিৰতিৰ পিছত শুকুৰবাৰে ইজৰাইলে প্ৰথমবাৰৰ বাবে লেবাননৰ ৰাজধানী বেইৰুটত আক্ৰমণ চলায়। বেইৰুটত এক বিশাল বিস্ফোৰণৰ শব্দ শুনা যায় আৰু ইজৰাইলী সেনাই আক্ৰমণ কৰা অঞ্চলসমূহ ধোঁৱাৰে আৱৰি ধৰে।

২০২৪ চনৰ ২৭ নৱেম্বৰত ইজৰাইল আৰু হিজবুল্লাহ উগ্ৰপন্থী সংগঠনৰ মাজত যুদ্ধবিৰতি স্বাক্ষৰিত হোৱাৰ পিছতেই বেইৰুটত এই আক্ৰমণৰ প্ৰথমটো আক্ৰমণ হয়, যদিও তাৰ পিছৰ পৰা ইজৰাইলে দৈনিক প্ৰায় দক্ষিণ লেবাননক লক্ষ্য কৰি আহিছে।

ড্ৰ’ন ষ্ট’ৰেজ ফেচিলিটিত আক্ৰমণ ইজৰাইলৰ সেনাই কয় যে, তেওঁলোকে ডাহিয়া অঞ্চলৰ হিজবুল্লাহৰ ড্ৰ’ন ষ্ট’ৰেজ ফেচিলিটিত আক্ৰমণ কৰে, যিটোক হিজবুল্লাহৰ মূল দুৰ্গ বুলি অভিহিত কৰা হৈছে। ইজৰাইলে কয় যে, হিজবুল্লাহে সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে আৰু সকলো নাগৰিকক অঞ্চলটো এৰি যাবলৈ আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰে।

ইজৰাইলৰ সেনাই বেইৰুটৰ উপকণ্ঠীয় অঞ্চলৰ কিছু অংশ খালী কৰিবলৈ জৰুৰী সতৰ্কবাণী জাৰি কৰাৰ লগতে লেবাননৰ পৰা উত্তৰ ইজৰাইলৰ ওপৰত আক্ৰমণৰ প্ৰতি সঁহাৰি জনোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ এদিন পিছতে এই আক্ৰমণ সংঘটিত হয়।

লেবাননক আক্ৰমণ অব্যাহত ৰখাৰ অজুহাতত শুকুৰবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে, যদি দেশখনৰ উত্তৰ সম্প্ৰদায়ৰ মাজত শান্তি নাথাকে তেন্তে বেইৰুটতো শান্তি নাথাকিব। ইফালে হিজবুল্লাহে উত্তৰ ইজৰাইলক আক্ৰমণ কৰা বুলি অস্বীকাৰ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে ইজৰাইলে লেবাননক আক্ৰমণ অব্যাহত ৰখাৰ অজুহাতহে বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে।

Tags: HEZBULLAHIsraelLebanon

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025