• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা ইজৰাইলৰ প্ৰতিৰক্ষা নীতি বিশেষজ্ঞৰ, ক’লে- “ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ পৰা শিকিব লাগে”

Nation NE by Nation NE
September 9, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

শুল্ক যুদ্ধৰ বাবে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক উত্তেজনাপূৰ্ণ পৰ্যায়ৰ মাজেৰে পাৰ হৈছে। দুয়োখন দেশৰ মাজত অবিশ্বাসৰ গভীৰ খাদ গঢ় লৈ উঠিছে। পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে বিশেষজ্ঞসকলৰ মতামত বিভক্ত।

বহুতে বিশ্বাস কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠোৰ স্থিতিয়ে ট্ৰাম্পক আচৰিত কৰি তুলিছে। একে সময়তে জাকি শ্বালমে ইজৰাইলৰ জেৰুজালেম পোষ্ট কাকতত লিখিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে প্ৰধানমন্ত্ৰী মোদীৰ পৰা শিকিব লাগে।

ইজৰাইলৰ প্ৰতিৰক্ষা নীতি বিশেষজ্ঞ জাকি শ্বালমে কয় যে, ইজৰাইলে ভাৰতৰ পৰা শিকিব লাগে যে কেনেকৈ ‘ৰাষ্ট্ৰীয় সন্মান’ক ‘কৌশলগত সম্পদ’ হিচাপে গঢ়ি তুলিব পাৰি। মিছগাভ ইনষ্টিটিউট ফৰ নেশ্যনেল ছিকিউৰিটি এণ্ড জায়নিষ্ট ষ্ট্ৰেটেজিৰ জ্যেষ্ঠ ফেলো শ্বালমে জেৰুজালেম পোষ্টত লিখিছে যে, শুল্ক নীতিৰ ক্ষেত্ৰত আমেৰিকাৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ স্থিতি আৰু পাকিস্তানৰ সৈতে সীমান্ত সংঘৰ্ষৰ প্ৰতি তেওঁৰ মনোভাৱেই দেখুৱাইছে যে জাতীয় সন্মান বিলাসীতা নহয়, বৰঞ্চ দীৰ্ঘম্যাদী কৌশলগত সম্পদহে।

শুল্ক নীতিৰ সন্দৰ্ভত আমেৰিকা প্ৰশাসনৰ বিতৰ্কিত স্থিতি, ৰাছিয়াৰ সৈতে ভাৰতৰ ঘনিষ্ঠ সম্পৰ্ক আৰু মে’ মাহত পাকিস্তানৰ সৈতে সংঘাতৰ ফলত যোৱা কেইমাহমানত আমেৰিকা-ভাৰতৰ সম্পৰ্ক আস্থাৰ সংকটৰ মাজত ডুব গৈছে। ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক শুল্ক আৰোপ কৰে বুলি দাবী কৰি আমেৰিকাৰ আমদানিৰ ওপৰত ভাৰতে আৰোপ কৰা উচ্চ শুল্কক লৈ ট্ৰাম্পে বাৰে বাৰে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে।

Tags: Benjamin NetanyahuIsraelPM Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025