• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
30 °c
Guwahati
29 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, জানক কি আলোচনা হৈছিল?

Nation NE by Nation NE
September 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, জানক কি আলোচনা হৈছিল?
Share on FacebookShare on TwitterWhatsApp

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ভাৰত আৰু ইটালীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰাৰ কথা উল্লেখ কৰে আৰু ইউক্ৰেইনৰ যুদ্ধ শীঘ্ৰে শেষ হ’ব বুলি আশা প্ৰকাশ কৰে।

ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য চুক্তি ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি আইএমইইইচিৰ জৰিয়তে দেশসমূহক সংযোগ কৰাত সহায় কৰাৰ বাবে ইটালীৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। দুয়োগৰাকী নেতাই পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰে।

মন কৰিবলগীয়া যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০% শুল্ক আৰোপ কৰাৰ পিছত ভাৰতে বহু দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ আলোচনা তীব্ৰতৰ কৰি তুলিছে। ইউৰোপীয় সংঘৰ দলটোৱে ৮ ছেপ্টেম্বৰত বাণিজ্য আলোচনাৰ বাবে দিল্লীত উপস্থিত হৈছে। এক প্ৰতিবেদন অনুসৰি ১২ ছেপ্টেম্বৰত বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালে ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আয়ুক্তক সাক্ষাৎ কৰি এফ টি এৰ অগ্ৰগতি পৰ্যালোচনা কৰিব।

ইউৰোপীয় ইউনিয়নৰ সৈতে হোৱা নতুন বাণিজ্য চুক্তি ভাৰতৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ’ব পাৰে। ২০২৩-২৪ চনত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ১৩৭.৪১ বিলিয়ন ডলাৰ, আৰু নতুন চুক্তিৰ লগে লগে ই আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰিও কাটাৰৰ সৈতে হোৱা এফ টি এৰ জৰিয়তে শক্তি আৰু পেট্ৰলিয়াম খণ্ডও লাভৱান হ’ব। বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপে ভাৰতক বিশ্বৰ যোগান শৃংখলত শক্তিশালী কৰি তুলিব, কিন্তু ঘৰুৱা উদ্যোগসমূহক সুৰক্ষা দিয়াটোও এক প্ৰত্যাহ্বান হ’ব।

Tags: ItalyMELONIModi

Related Posts

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026

শীৰ্ষ সংবাদ

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025