• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
30 °c
Guwahati
29 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজপথত জ্বলি উঠিল যাত্ৰীবাহী বাছ; ২০ৰো অধিক লোকৰ মৃত্যু

Nation NE by Nation NE
October 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজপথত জ্বলি উঠিল যাত্ৰীবাহী বাছ; ২০ৰো অধিক লোকৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থানৰ জয়ছালমেৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। পথৰ মাজতেই এখন যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত কমেও ২০ গৰাকী লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

জয়ছালমেৰৰ পৰা যোধপুৰ অভিমুখী বাছখনত ৫০ৰো অধিক যাত্ৰী থকা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত বাছখনত থকা প্ৰায়বোৰ যাত্ৰীয়ে বেয়াকৈ অগ্নিদগ্ধ হয় আৰু ইয়াৰে ২০ জন যাত্ৰীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। ইয়াৰ ভিতৰত আছে তিনিটা শিশু আৰু চাৰিগৰাকী মহিলা।

মঙলবাৰে দুপৰীয়া প্ৰায় ৩.৪০ মিনিটত এই কৰুণ ঘটনাটো সংঘটিত হয়। এই পৰ্যন্ত বাছখনত কি কাৰণত জুই লাগিছিল সেয়া জানিব পৰা হোৱা নাই।

ইফালে এই ঘটনাৰ দুখ প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই জিলাখনৰ শীৰ্ষ বিষয়াৰ সৈতে ফোনযোগে কথা পাতি পৰিস্থিতিৰ বুজ লয়।

Related Posts

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

April 24, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026
মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…
Top News

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…

April 23, 2026

শীৰ্ষ সংবাদ

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মধুমেহ ৰোগীয়ে হওঁক এলাৰ্ট! জানক আপোনাৰ চকুক কিদৰে অচল কৰে এই ৰোগে…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025