• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত নিহত ২জন সন্ত্ৰাসবাদী; ৪ সেনা জোৱানৰ লগতে এজন শীৰ্ষ আৰক্ষী বিষয়া আহত

Nation NE by Nation NE
September 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত নিহত ২জন সন্ত্ৰাসবাদী; ৪ সেনা জোৱানৰ লগতে এজন শীৰ্ষ আৰক্ষী বিষয়া আহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত শনিবাৰে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত হয়। এই এনকাউণ্টাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াৰ লগতে পাঁচগৰাকী সুৰক্ষাকৰ্মী আহত হয় বুলি জানিব পৰা গৈছে।

এই সংঘৰ্ষ কুলগামৰ আদিগাম অঞ্চলত হোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে।

আৰক্ষীয়ো জনোৱা অনুসৰি, নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পিছতে অঞ্চলটোত সেনা, আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে আদিগাম গাঁৱত তালাচী অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ কথা জানিব পাৰি আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ আৰম্ভ কৰে।

দুয়ো পক্ষৰ মাজত চলা গুলীয়াগুলীত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে সেনাৰ চাৰিজন জোৱান সাধাৰণভাৱে আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে, বিগত তিনি-চাৰি মাহৰ ভিতৰত জম্মু সংমণ্ডলৰ ডোডা, কথুৱা, ৰাজৌৰী, পুঞ্চ আৰু ৰিয়াছি জিলাত পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে সেনা, স্থানীয় আৰক্ষী আৰু সাধাৰণ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি আহিছে।

Tags: EncounterIndian ArmyJammu KashmirTerrorists Killed

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025