• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নাম সলনি হ’ল এইখন জিলাৰ; এতিয়াৰে পৰা জনা যাব ‘শ্ৰীভূমি’ জিলাৰূপে

Nation NE by Nation NE
November 19, 2024
in Top News, BIG BREAKING, অসম
0 0

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

নাম সলনি কৰা হ’ল কৰিমগঞ্জ জিলাৰ। এতিয়াৰে পৰা কৰিমগঞ্জ জিলাক শ্ৰীভূমি জিলা হিচাপে জনা যাব। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে এই ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমৰ নগৰ জিলা সমূহৰ কিছু নাম বেলেগ হৈ আছে। অসমৰ সংস্কৃতিৰ লগত নিমিলা নামবোৰ আমি সলাইছিলো। কৰিমগঞ্জ জিলা এতিয়াৰ পৰা শ্ৰীভূমি নামে নামাকৰণ কৰা হ’ল।

ইতিমধ্যেই কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল আৰু সেই প্ৰস্তাৱক আজি অনুমোদন জনাই ৰাজ্যিক কেবিনেটে।

সংবাদমেলত ডাঙৰ ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যিবিলাক নামে ইতিহাসক প্ৰতিনিধিত্ব নকৰে সেইবোৰ নাম আমি লাহে লাহে সলনি কৰি আছো। অসমৰ বহু গাঁৱৰ নাম আমি সলনি কৰিছো’।

ইফালে কেবিনেট বৈঠকতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তেওঁ কয়, ‘অহা ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ইয়াৰ বাবে ৩০ ডিচেম্বৰত প্ৰকাশ পাব ভোটাৰ তালিকা’।

Tags: #AssamHimanta Biswa SarmaKarimganjSribhumi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025