• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুৰ্দান্ত ফৰ্ম অব্যাহত… ৰঞ্জী ট্ৰফীৰ ফাইনেলতো শতক অৰ্জন কৰুণ নায়াৰৰ

Nation NE by Nation NE
March 1, 2025
in Top News, ক্ৰীড়া
0 0
দুৰ্দান্ত ফৰ্ম অব্যাহত… ৰঞ্জী ট্ৰফীৰ ফাইনেলতো শতক অৰ্জন কৰুণ নায়াৰৰ
Share on FacebookShare on TwitterWhatsApp

কেৰালাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ ফাইনেলৰ দ্বিতীয় ইনিংছত বিদৰ্ভৰ বেটছমেন কৰুণ নায়াৰে এক দৰ্শনীয় শতকীয় ইনিংছ খেলে। প্ৰথম ইনিংছতো তেওঁ ৮৬ ৰানৰ সুন্দৰ ইনিংছ খেলিছিল। এই শতকৰ জৰিয়তে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ বাবে তেওঁ নিজৰ দাবী আৰু অধিক শক্তিশালী কৰি তুলিছে।

বিদৰ্ভ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ ফাইনেল মেচখনৰ দ্বিতীয় ইনিংছত কৰুণ নায়াৰে ১৮৪টা বলত শতক সম্পূৰ্ণ কৰে। এই শতকীয় ইনিংছটোত আছিল ৭টা চাৰি আৰু দুটা ছয়।

উল্লেখ্য যে, ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে কৰি অহা উন্নত প্ৰদৰ্শনৰ পিছত আশা কৰা হৈছিল যে তেওঁক চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হ’ব। অৱশ্যে তেওঁক দলত স্থান দিয়া নহ’ল।

চলিত ঘৰুৱা ছিজনত কৰুণ নায়াৰৰ এইটো নৱম শতক। ৰঞ্জী ট্ৰফীৰ পূৰ্বে অনুষ্ঠিত হোৱা বিজয় হাজাৰে ট্ৰফীত কৰুণ নায়াৰে ৫টা শতক অৰ্জন কৰিছিল। বিজয় হাজাৰে ট্ৰফীত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ প্ৰত্যাৱৰ্তন হ’ব বুলি আশা কৰা হৈছিল। অৱশ্যে সেই আশা এইপৰ্যন্ত তেওঁৰ পূৰণ হোৱা নাই।

উল্লেখ্য যে, ২০১৬ চনত ভাৰতীয় দলত অভিষেক ঘটিছিল কৰুণ নায়াৰৰ। তেওঁ খেলা ছয়খন টেষ্ট আৰু দুখন এদিনীয়াত ক্ৰমে ৩৭৪ আৰু ৪৬ ৰান সংগ্ৰহ কৰিছে। আনহাতে প্ৰথম শ্ৰেণী ক্ৰিকেটত তেওঁ ১১৩ খন মেচত ৭৯৯০ ৰান সংগ্ৰহ কৰিছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ নামত আছে ২২টা শতক আৰু ৩৫টা অৰ্ধশতক।

২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ পিছত জুন-জুলাই মাহত ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় দলে। এই ভ্ৰমণত দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট মেচৰ শৃংখলাত অংশ ল’ব। শেহতীয়াকৈ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা পৰাস্ত হোৱা ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাটোত কৰুণ নায়াৰক দলত স্থান দিব পাৰে।

Tags: Karun NairKeralaRanji TrophyVidarbha

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025