• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জম্মু-কাশ্মীৰত সেনাবাহিনীৰ বৃহৎ অভিযান, কুপৱাৰাত নিহত ২জন সন্ত্ৰাসবাদী

Nation NE by Nation NE
October 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
জম্মু-কাশ্মীৰত সেনাবাহিনীৰ বৃহৎ অভিযান, কুপৱাৰাত নিহত ২জন সন্ত্ৰাসবাদী
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ কাষত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এক এনকাউণ্টাৰ চলি আছে। এই অভিযানত এই পৰ্যন্ত দুজন সন্ত্ৰাসবাদী  নিহত হৈছে। অঞ্চলটোত আৰু অধিক সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ সন্দেহত সেনাৰ অভিযান এতিয়াও অব্যাহত আছে।

নিৰাপত্তাৰক্ষীয়ে অনুপ্ৰৱেশৰ চেষ্টাৰ তথ্য লাভ কৰাৰ পৰাই এই অভিযান আৰম্ভ হয়। ভাৰতীয় সেনাই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা কিছুদিনত পুনৰ বৃদ্ধি পাইছে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ।

সেনা আৰু আৰক্ষীয়ে যৌথ অভিযানৰ সময়ত ৱাৰছান অঞ্চলৰ ব্ৰীজথৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান উন্মোচন কৰে। এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে দুটা এ কে ছিৰিজৰ ৰাইফল, চাৰিটা ৰকেট লঞ্চাৰ, গোলাবাৰুদৰ বৃহৎ ভঁৰাল আৰু অন্যান্য যুদ্ধ সামগ্ৰী উদ্ধাৰ কৰে।

বিষয়াসকলৰ মতে, শ্ৰীনগৰত ভিত্তি কৰি ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে লাভ কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত এই অভিযান আৰম্ভ কৰা হৈছে। অঞ্চলটোত আত্মগোপন কৰি থকা আন সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ এতিয়াও অব্যাহত আছে তালাচী অভিযান।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কুলগাম জিলাৰ গুদ্দাৰ বনাঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত মুখামুখি হৈছিল। সেই অভিযানত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে দুজন জোৱান শ্বহীদ হয়। নিহত সন্ত্ৰাসবাদীৰ ভিতৰত এজন শ্বোপিয়ানৰ বাসিন্দা আমিৰ আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছে, যিজন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আৰু ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা সক্ৰিয় হৈ আছিল।

Tags: ArmykashmirWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025