• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাজানত মোদী-জিনপিংৰ গুৰুত্বপূৰ্ণ বৈঠক

Nation NE by Nation NE
October 23, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
কাজানত মোদী-জিনপিংৰ গুৰুত্বপূৰ্ণ বৈঠক
Share on FacebookShare on TwitterWhatsApp

২৩ অক্টোবৰ অৰ্থাৎ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ দ্বিতীয়টো দিন। ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়াৰ কাজান চহৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী।

আজি অৰ্থাৎ বুধবাৰে তেওঁ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিব। সমগ্ৰ বিশ্বৰ চকু এই বৈঠকৰ ওপৰত। সুদীৰ্ঘ ৫ বছৰৰ পাছত দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক আলোচনা হ’বলৈ গৈ আছে। এই ৫ বছৰত ভাৰত আৰু চীনৰ সম্পৰ্কত যথেষ্ট উত্থান-পতন হৈ আহিছে।

২০১৯ চনৰ পিছত মোদী আৰু জিনপিঙৰ মাজত দ্বিপাক্ষিক আলোচনা হোৱা নাছিল। ৫ বছৰ পূৰ্বে যেতিয়া প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ সাক্ষাৎ হৈছিল, তেতিয়া চীনে ভাৰতক বিশ্বাসঘাতকতা কৰিছিল। কিন্তু এতিয়া তেওঁ ভাৰতৰ চৰ্ত মানি ল’ব লগা হৈছে।

দৰাচলতে ২০১৯ চনৰ অক্টোবৰ মাহত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰত ভ্ৰমণ কৰিছিল। মহাবলীপুৰমত অনানুষ্ঠানিক সন্মিলনৰ বাবে দুয়োগৰাকী নেতাই বৈঠকত মিলিত হয়। এই বৈঠকৰ মাত্ৰ কেইমাহমানৰ পিছতে চীনে ভাৰতক বিশ্বাসঘাতকতা কৰে আৰু LAC ৰ ওপৰত সামৰিক ষ্টেণ্ডঅ’ৰ সৃষ্টি হৈছিল।

দুয়োখন দেশৰ সেনাবাহিনী মুখামুখি হৈছিল। ২০২০ চনৰ ১৫ জুনত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘৰ্ষ হৈছিল, তাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক বেয়াৰ ফালে ঢাল খাইছিল। এই ঘটনাৰ পিছতেই ২০২০ চনৰ ছেপ্টেম্বৰ মাহত কূটনৈতিক আৰু সামৰিক পৰ্যায়ত আলোচনা আৰম্ভ হয়।

কেইবাটাও ৰাউণ্ডৰ আলোচনাৰ অন্তত ভাৰত আৰু চীনে LAC সন্দৰ্ভত এক চুক্তিত সন্মতি প্ৰকাশ কৰে। ২০২০ চনৰ পূৰ্বে টহল দিয়াৰ মৰ্যাদা সন্দৰ্ভত দুয়োখন দেশৰ সহমতত উপনীত হৈছে। এই চুক্তি প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে সংঘটিত হৈছিল।

২০১৪-২০২০ৰ ভিতৰত ১৮ বাৰলৈ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিং-

  • ২০১৪ চনৰ ১৫ জুলাইত ব্ৰাজিলত দুয়োগৰাকী নেতাই মিলিত হয় বৈঠকত
  • ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণলৈ আহিছিল জিনপিং
  • ২০১৪ চনৰ নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াত জি-২০ৰ সময়ত বৈঠক
  • ২০১৫ চনৰ মে’ মাহত চীন ভ্ৰমণলৈ গৈছিল প্ৰধানমন্ত্ৰী মোডী
  • জুলাই ২০১৫ত ৰাছিয়াত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ত বৈঠক
  • ২০১৬ চনৰ জুন মাহত উজবেকিস্তানত অনুষ্ঠিত হোৱা বৈঠক
  • ছেপ্টেম্বৰ ২০১৬ত চীনত জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত বৈঠক
  • অক্টোবৰ ২০১৬, গোৱা, ব্ৰিকছ সন্মিলন
  • জুন ২০১৭ চনৰ চাংহাই সহযোগিতা সংস্থাত বৈঠক
  • ২০১৭ চনৰ জুলাই মাহত হামবাৰ্গত অনুষ্ঠিত হয় বৈঠক
  • ২০১৭ চনৰ ছেপ্টেম্বৰ মাহৰ ব্ৰিকছ সন্মিলনত দ্বিপাক্ষিক আলোচনা
  • ২০১৮ চনৰ এপ্ৰিল মাহত চীনৰ য়ুহানত অনুষ্ঠিত হয় বৈঠক
  • ৯ জুন ২০১৮ত এছচিঅ’ শীৰ্ষ সন্মিলনৰ সময়ত বৈঠক
  • নৱেম্বৰ ২০১৮ আৰ্জেণ্টিনাত জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত বৈঠক
  • ২০১৯ চনৰ মে’ মাহত দুয়োগৰাকী নেতাৰ বৈঠক
  • জুন ২০১৯ৰ কিৰ্গিস্তানত দুয়োগৰাকী নেতাৰ মাজত বৈঠক
  • ভাৰতৰ মহাবলীপুৰমত অক্টোবৰ ২০১৯ৰ বৈঠক
  • নৱেম্বৰ ২০১৯ ব্ৰাজিলত দুয়োগৰাকী নেতাৰ বৈঠক
Tags: ChinaIndiaModiXi Jinping

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025