• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
24 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অতি ৰহস্যজনক! পত্নীৰ মৃ*ত্যুৰ ১মাহ পিছত ভাৰতলৈ উভতিল স্বামী, কেৰেলা আৰক্ষীয়ে কৰিলে আটক

Nation NE by Nation NE
August 10, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অতি ৰহস্যজনক! পত্নীৰ মৃ*ত্যুৰ ১মাহ পিছত ভাৰতলৈ উভতিল স্বামী, কেৰেলা আৰক্ষীয়ে কৰিলে আটক
Share on FacebookShare on TwitterWhatsApp

কেৰালাৰ নিবাসী ২৯ বছৰীয়া অতুল্য শেখৰৰ মৃত্যুৰ এমাহৰ পাছতে তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইউ এ ইৰ পৰা উভতি অহা অতুল্যৰ স্বামী সতীশক তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰক্ষীয়ে আটক কৰি কোল্লামৰ থেক্কুম্ভগম আৰক্ষীক গতাই দিয়ে।

সতীশৰ বিৰুদ্ধে অতুল্যক হত্যা, আক্ৰমণ, যৌতুক দাবী আদি বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে ভাৰতলৈ অহাৰ পূৰ্বে সতীশে জিলা আদালতৰ পৰা আগতীয়া জামিন লৈছিল। এনে পৰিস্থিতিত আৰক্ষীয়ে বক্তব্য ৰেকৰ্ডিং কৰি সতীশক মুকলি কৰি দিয়ে।

এই গোচৰৰ তদন্ত ক্ৰাইম ব্ৰাঞ্চৰ হাতত অৰ্পণ কৰিছে কেৰালাৰ গৃহ মন্ত্ৰালয়ে। অতুল্যৰ পিতৃ-মাতৃয়ে সতীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁলোকে কয় যে, সতীশে পূৰ্বতে তেওঁলোকৰ জিয়ৰীক শাৰীৰিক নিৰ্যাতন চলাইছিল আৰু যৌতুকৰ নামত হাৰাশাস্তি কৰিছিল। তেওঁলোকৰ ছোৱালীয়ে প্ৰায়ে ফোনত তেওঁৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ কাহিনী কৈছিল।

১৯ জুলাইত যেতিয়া গম পোৱা গ’ল যে অতুল্যই ইউ এ ইত আ*ত্মহ*ত্যা কৰিছে, তেতিয়া তেওঁৰ পৰিয়ালত এই শোকৰ খৱৰটো বিয়পি পৰে। তেওঁৰ মৃতদেহ ইউ এ ইৰ পৰা কেৰালালৈ অনাৰ পিছতে পৰিপল্লী মেডিকেল কলেজত অতুল্যৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়।

ইউ এ ইৰ শ্বাৰজাহ আৰক্ষীয়ে অতুল্যৰ মৃত্যুক আ*ত্মহ*ত্যা বুলি ঘোষণা কৰিছে। অৱশ্যে এই ঘটনাৰ বাবে অতুল্যয়াৰ পৰিয়ালে তেওঁৰ স্বামী সতীশক জগৰীয়া কৰিছে। একে সময়তে সতীশেও এই অভিযোগসমূহ সম্পূৰ্ণৰূপে নাকচ কৰিছে।

Tags: KeralamystreyUAEwife

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025