• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৮ বছৰীয়া কিশোৰী হ’ল আৰক্ষী বিভাগত কনিষ্টবল, এছ পিয়ে প্ৰদান কৰিলে নিযুক্তি পত্ৰ

Nation NE by Nation NE
September 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
৮ বছৰীয়া কিশোৰী হ’ল আৰক্ষী বিভাগত কনিষ্টবল, এছ পিয়ে প্ৰদান কৰিলে নিযুক্তি পত্ৰ
Share on FacebookShare on TwitterWhatsApp

চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ৮ বছৰীয়া এগৰাকী কিশোৰীয়ে আৰক্ষী বিভাগত নিযুক্তি পাব পাৰেনে বুলি সুধিলে সকলোৱে ক’ব যে নাই, এইটো একেবাৰেই সম্ভৱ নহয়। কিন্তু মধ্যপ্ৰদেশৰ উজ্জয়িনীত হৈছে এনে এক আচৰিত ঘটনা।

উজ্জয়িনীত আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই শেহতীয়াকৈ এই ৮ বছৰীয়া কিশোৰীক চাইল্ড কনিষ্টবল পদত নিযুক্তি পত্ৰ প্ৰদান কৰিছে। নিযুক্তি পত্ৰৰ লগতে কিশোৰীগৰাকীৰ দৰমহা আৰু কৰ্মৰ দায়িত্বও অৰ্পন কৰা হয়। অৱশ্যে ইউনিফৰ্ম পিন্ধিবলৈ তেওঁ আৰু ১০ বছৰ অপেক্ষা কৰিব লাগিব।

এই বিষয়টো সোমবাৰে পোহৰলৈ আহে, যেতিয়া কিশোৰীগৰাকীয়ে নিযুক্তিৰ বাবে চাকৰিৰ আবেদন লৈ মাতৃৰ সৈতে উজ্জয়িনী চহৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়। কিশোৰীগৰাকীৰ নাম ইচ্ছা ৰঘুবংশী, যিয়ে পিতৃৰ ঠাইত দয়ালু নিযুক্তি ল’বলৈ আবেদন লৈ আহিছিল। আচলতে তেওঁৰ পিতৃ দেৱেন্দ্ৰ সিং ৰঘুবংশী মহাকাল থানাৰ হেড কনিষ্টবল আছিল আৰু চলিত বৰ্ষৰ ১৭ মে’ত কৰ্তব্যৰত অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

তিনিজনীয়া পৰিয়ালত ইচ্চাৰ দেউতাক আছিল একমাত্ৰ উপাৰ্জনকাৰী সদস্য। এনে পৰিস্থিতিত তেওঁৰ হঠাৎ মৃত্যুৱে মাক-কন্যাৰ ওপৰত দুখৰ পাহাৰ কঢ়িয়াই আনে আৰু তেওঁলোকে জীৱিকাৰ সংকটৰ সন্মুখীন হ’বলগীয়া হয়৷

এনে পৰিস্থিতিত দেৱেন্দ্ৰ সিঙৰ মৃত্যুৰ তিনিমাহৰ পাছত ২ ছেপ্টেম্বৰত মৃত মুৰব্বী কনিষ্টবলৰ পত্নীয়ে ৮ বছৰীয়া কন্যা ইচ্ছাক লৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ ইয়াত কনিষ্টবল পদত নিযুক্তিৰ বাবে আবেদন দাখিল কৰে।

বৰ্তমান ইচ্চাৰ বয়স ৮ বছৰ আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰে যদিও ইয়াৰ পিছতো তেওঁৰ নাম আৰক্ষী কৰ্মীৰ তালিকাত পঞ্জীয়ন কৰা হৈছে। আৰক্ষীৰ নিয়ম অনুসৰি দশম শ্ৰেণীত উত্তীৰ্ণ হ’লে তেওঁ স্থায়ী কনিষ্টবল হ’ব পাৰিব। ইচ্চাক দৰমহাৰ তথ্য দি বিষয়াজনে কয় যে শিশু কনিষ্টবলগৰাকীয়ে নতুন কনিষ্টবলৰ আধা দৰমহা পায়। এই নিয়মৰ অধীনত ইচ্চাই প্ৰতিমাহে ১৫ হাজাৰ ১১৩ টকা দৰমহা পাব। লগতে মাহত এবাৰ থানালৈ আহি চহী কৰিব লাগিব আৰু এই সময়ছোৱাত ইচ্ছাৰ পঢ়া-শুনাৰ লগত জড়িত তথ্যও লোৱা হ’ব। ১০ বছৰৰ পাছত যেতিয়া ইচ্ছাৰ বয়স ১৮ বছৰ হ’ব আৰু দশম মান পৰীক্ষাত উত্তীৰ্ণ হ’ব তেতিয়া তেওঁ স্থায়ী কনিষ্টবল হ’ব পাৰিব। এই সময়ছোৱাত মাকে পিতৃৰ পেঞ্চন লাভ কৰি থাকিব।

Tags: Madhya PradeshRecruitmentUjjain

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025