• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, আজি শপত গ্ৰহণ অনুষ্ঠান

Nation NE by Nation NE
December 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিশ, বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

আজি মহাৰাষ্ট্ৰই লাভ কৰিব নতুন মুখ্যমন্ত্ৰী। সন্ধিয়া ৫:৩০ বজাত মুম্বাইৰ আজাদ ময়দানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাৱিশে। লগতে যোৱাবাৰৰ দৰে দুজন উপ মুখ্যমন্ত্ৰীও থাকিব এই চৰকাৰত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

বুধবাৰে মহাৰাষ্ট্ৰত বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় দেৱেন্দ্ৰ ফাড়নাৱিশ। ইয়াৰ পিছতে ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী এক নাথ সিণ্ডে আৰু অজিত পাৱাৰৰ সৈতে ফাড়নাৱিশে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ সন্মুখত চৰকাৰ গঠনৰ দাবী জনায়। এই সময়ত বিজয় ৰূপানী আৰু বিজেপিয়ে পৰ্যবেক্ষক হিচাপে প্ৰেৰণ কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণো উপস্থিত থাকে।

ফাড়নাৱিশৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰত থাকিব দুজন উপ মুখ্যমন্ত্ৰীও। ইয়াৰ ভিতৰত এটা নাম এন চি পি নেতা অজিত পাৱাৰৰ বুলি ধাৰণা কৰা হৈছে যদিও আনটো কাৰ নাম হ’ব সেয়া এই মুহূৰ্তত সিদ্ধান্ত লোৱা হোৱা নাই।

ৰাজ্যপালৰ সন্মুখত চৰকাৰ গঠনৰ দাবী উঠাৰ পিছত মহাযুটিৰ নেতাসকলে সংবাদমেলত কৈছিল যে, কোন মন্ত্ৰীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সেই সম্পৰ্কে তথ্য দিয়া হ’ব। একেখন সংবাদমেলতে অজিত পাৱাৰে কৈছিল যে,কোনে শপত ল’ব সেইটো নিৰ্ণয় কৰা হ’ব আজি, কিন্তু তেওঁ যে শপত ল’ব সেয়া নিশ্চিত।

শপত গ্ৰহণৰ পূৰ্বে কোৱা হৈছে যে, গ্ৰেণ্ড এলায়েন্সৰ তিনিটা দলৰ মাজত মন্ত্ৰালয়সমূহ বিভক্ত কৰা হৈছে। সূত্ৰই দাবী কৰিছে যে, বিজেপিয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ মন্ত্ৰালয়ক নিজৰ লগত ৰাখিব।

মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে এন ডি এ শাসিত ৰাজ্যৰ অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীও উপস্থিত থাকিব। এই অনুষ্ঠানত প্ৰায় চল্লিশ হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে শপত গ্ৰহণৰ নিমন্ত্ৰণী পত্ৰখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেৱেন্দ্ৰ ফাড়নাৱিশৰ নামৰ লগতে তেওঁৰ মাতৃ আৰু পিতৃৰ নামো লিখা আছে। মহাৰাষ্ট্ৰৰ মুখ্য সচিব সুজাতা সৈনিকে প্ৰেৰণ কৰা এই কাৰ্ডখনত ফাড়নাৱিশৰ সম্পূৰ্ণ নাম লিখা আছে দেৱেন্দ্ৰ সৰিতা গংগাধৰাও ফাড়নাৱিশ। সৰিতা মাকৰ নাম আৰু গংগাধৰ ৰাও পিতৃৰ নাম।

Tags: Chief ministerDevendra FadnavisMaharastra

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025