• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অশান্ত মণিপুৰ; ICICI বেংকৰ বাহিৰত উদ্ধাৰ হেণ্ড গ্ৰেনেড

Nation NE by Nation NE
December 11, 2024
in Top News, মণিপুৰ
0 0
অশান্ত মণিপুৰ; ICICI বেংকৰ বাহিৰত উদ্ধাৰ হেণ্ড গ্ৰেনেড

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ইম্ফল পশ্চিমৰ চিংজামেই মায়েংবাম লেইকাইস্থিত এটা আইচিআইচিআই বেংকৰ বাহিৰত বুধবাৰে এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ইফালে বিষ্ণুপুৰ জিলাৰ নামবোলৰ কংলা ফুডছতো আন এক অনুৰূপ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মণিপুৰ চৰকাৰে ধন দাবীৰ বিৰুদ্ধে যুঁজিবলৈ সতৰ্কতামূলক ব্যৱস্থা বৃদ্ধি কৰাৰ সময়তে এই বিস্ফোৰক সামগ্ৰী উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অশান্তজৰ্জৰ মণিপুৰত।

আইচিআইচিআই বেংকৰ শাখাৰ মূল দুৱাৰলৈ যোৱা চিৰিত গ্ৰেনেড থৈ দিয়াৰ খবৰ পোৱাৰ পিছতে চিংজামেই থানাৰ মহকুমা আৰক্ষী বিষয়া (এছডিপিঅ’)ৰ নেতৃত্বত এটা দলে ততাতৈয়াকৈ ঘটনাস্থলত উপস্থিত হৈ অভিযান চলায়।

গ্ৰেনেডটো উদ্ধাৰৰ বাবে আৰক্ষীয়ে ঘটনাস্থললৈ বোমা নিষ্কাশন দলক মাতি আনে আৰু দলটোৱে পুৱা ১০ বজাৰ ভিতৰত তেওঁলোকে নিৰাপদে গ্ৰেনেডটো উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

অধিক তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে এটা গোচৰ ৰুজু কৰা হৈছে। সম্প্ৰতি আৰক্ষীয়ে ঘটনাটোৰ আঁৰত কোন শক্তি জড়িত হৈ আছে কি কাৰণত এই কাণ্ড সংঘটিত কৰিছে সেই ৰহস্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Tags: #ManipurHand GrenadeICICI BankManipur Violence

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025