• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, April 25, 2026
29 °c
Guwahati
25 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাখীৰৰ নামত খাইছে নদীৰ পানী; সাধাৰণ লোকৰ লগত ল’ৰা-ধেমালি ফকিৰগঞ্জৰ ব্যৱসায়ীৰ

Nation NE by Nation NE
August 27, 2024
in Top News, অসম
0 0
গাখীৰৰ নামত খাইছে নদীৰ পানী; সাধাৰণ লোকৰ লগত ল’ৰা-ধেমালি ফকিৰগঞ্জৰ ব্যৱসায়ীৰ
Share on FacebookShare on TwitterWhatsApp

শাক-পাচলী, মাছৰ পিছত এইবাৰ পোহৰলৈ আহিছে গাখীৰৰ নামত বৰবিহ। পুষ্টিকৰ গাখীৰৰ নামত সাধাৰণ লোকসকলক যে বৰবিহ খুৱাই আছে সেই সকলো দৃশ্য বন্দী হৈছে অন কেমেৰাত।

অন কেমেৰাত বন্দী হোৱা দৃশ্যত স্পষ্ট হৈ পৰিছে গাখীৰত কেনেকৈ মিহলোৱা হৈছে নৈৰ দূষিত পানী। এই অস্বাস্থ্যকৰ গাখীৰ সেৱনৰ ফলত আপোনাৰ জীৱনলৈ আহিব পাৰে ভয়ংকৰ বিপদ। এই ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত।

একাংশ অসাধু ব্যৱসায়ীয়ে নিজৰ মুনাফা লাভৰ বাবে ব্যৱহাৰ কৰিছে নদীৰ পানী। দৈনিক এনেদৰেই অঞ্চলটোৰ হাজাৰ-হাজাৰ ৰাইজে সেৱন কৰি আহিছে এই ভেজাল গাখীৰ।

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ বৃহত্তৰ অঞ্চলটোৰ চৰঞ্চলৰ একাংশ অসাধু ব্যৱসায়ীৰ বাবে স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এই গাখীৰ সেৱন কৰা নগৰ-চহৰৰ জনতা।

এনে এক ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।

ইনপুট : সহিদুৰ ৰহমান মণ্ডল (হাটশিঙিমাৰী)

Tags: HATSINGIMARIMilk

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026

শীৰ্ষ সংবাদ

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025